• rclyrisband-search
  • Home Search Dark Mode Request LRC Singer AIO Editor LRC Maker Request List LRC File Basics Privacy Policy Credits About Contact

    Download Mur Gaanor Dehat Lyrics by Sannidhya Bhuyan, Rajnish Saikia - Read, Copy & Get LRC, PDF, TXT, SRT Files

    Read, copy, and download the Mur Gaanor Dehat lyrics LRC file, which provides synchronized music subtitles for the song Mur Gaanor Dehat by Sannidhya Bhuyan, Rajnish Saikia from the album N/A. Our LRC file is created using the free "LRC File Maker" tool and matches the official length of the song, which is 05:42.00. Additionally, you can download the lyrics in TXT (.txt), SRT (.srt), and PDF (.pdf) formats.



    Mur Gaanor Dehat by Sannidhya Bhuyan, Rajnish Saikia LRC Format

    [ti:Mur Gaanor Dehat]
    [ar:Sannidhya Bhuyan, Rajnish Saikia]
    [lang:Assamese]
    [length:05:42.00]
    [by:Jun]
    [re:rclyricsband.com]
    [ve:v0.0.5]
    [00:00.00]
    [00:31.16]মোৰ গানৰ দেহাত তেজৰ চেকা, হৃদয় ধোঁৱাৰ
    [00:39.00]মোৰ দুখৰ পঁজাত আন্ধাৰে-ঢকা সপোন পুৱাৰ
    [00:47.20]মোৰ গানৰ দেহাত তেজৰ চেকা, হৃদয় ধোঁৱাৰ
    [00:55.11]মোৰ দুখৰ পঁজাত আন্ধাৰে-ঢকা সপোন পুৱাৰ
    [01:03.63]দুখৰ পাহাৰ ভঙাৰ মোৰ আশা অপাৰ
    [01:11.72]দুখৰ পাহাৰ ভঙাৰ মোৰ আশা অপাৰ
    [01:19.20]মোৰ গানৰ দেহাত তেজৰ চেকা, হৃদয় ধোঁৱাৰ (হৃদয় ধোঁৱাৰ)
    [01:27.20]মোৰ দুখৰ পঁজাত আন্ধাৰে-ঢকা সপোন পুৱাৰ (সপোন পুৱাৰ)
    [01:35.12]মোৰ গানৰ দেহাত তেজৰ চেকা, হৃদয় ধোঁৱাৰ (হৃদয় ধোঁৱাৰ)
    [01:42.93]মোৰ দুখৰ পঁজাত আন্ধাৰে-ঢকা সপোন পুৱাৰ
    [01:51.37]
    [02:23.80]মোৰ ভাৱৰ ভৰত টোপনি ভাগৰি হয় নিশা উজাগৰী
    [02:30.99]দুপৰ-নিশাও নহওঁ আজৰি হেজাৰ সপোন সামৰি
    [02:39.14]মোৰ ভাৱৰ ভৰত টোপনি ভাগৰি হয় নিশা উজাগৰী
    [02:46.92]দুপৰ-নিশাও নহওঁ আজৰি হেজাৰ সপোন সামৰি
    [02:55.47]মনৰ দুফাল দুৱাৰ, তথাপি দুখৰ প্ৰহাৰ
    [03:03.52]মনৰ দুফাল দুৱাৰ, তথাপি দুখৰ প্ৰহাৰ
    [03:10.98]মোৰ গানৰ দেহাত তেজৰ চেকা, হৃদয় ধোঁৱাৰ
    [03:19.12]মোৰ দুখৰ পঁজাত আন্ধাৰে-ঢকা সপোন পুৱাৰ
    [03:26.95]মোৰ গানৰ দেহাত তেজৰ চেকা, হৃদয় ধোঁৱাৰ
    [03:35.20]মোৰ দুখৰ পঁজাত আন্ধাৰে-ঢকা সপোন পুৱাৰ
    [03:43.35]
    [04:39.58]মানৱী সমাজৰ মানৱী মনতে
    [04:43.51]বিভেদৰ ব্যাধিবোৰ দ-কৈ শিপালে
    [04:47.62]মানৱী সমাজৰ মানৱী মনতে
    [04:51.57]বিভেদৰ ব্যাধিবোৰ দ-কৈ শিপালে
    [04:55.25]কোনেনো বান্ধিব শান্তিৰ পাৰ!
    [04:58.99]কোনেনো বান্ধিব শান্তিৰ পাৰ!
    [05:03.58]শ্ৰোতা বন্ধু, ভাবাঁ এবাৰ— কিমান সহিম দুখৰ প্ৰহাৰ!
    [05:11.52]শ্ৰোতা বন্ধু, ভাবাঁ এবাৰ— কিমান সহিম দুখৰ প্ৰহাৰ!
    [05:19.70]মোৰ গানৰ দেহাত তেজৰ চেকা, হৃদয় ধোঁৱাৰ (হৃদয় ধোঁৱাৰ)
    [05:26.99]মোৰ দুখৰ পঁজাত আন্ধাৰে-ঢকা সপোন পুৱাৰ (সপোন পুৱাৰ)
    [05:35.69]RCLyricsBand.Com

    This LRC file may not match your music if the duration is not the same. Click Edit below and simply apply an offset (+0.10 sec, -0.10 sec, etc.)



    Try Our Free Tools


    You May Listen Mur Gaanor Dehat by Sannidhya Bhuyan, Rajnish Saikia

    apple music logospotify music logoamazon music logotidal music logoyoutube music logo

    Nishig and ha

    Mukoli Mon

    Monore Majote

    Nayana

    Jakoruwa Moloya

    Mur Gaanor Dehat

    Jipaal 2.0

    Xarodi Nikha

    Motoliya

    Mouxona

    Motoliya 2.0

    Uxaah

    Keteki


    FAQ:

    1. Who is the singer of "Mur Gaanor Dehat" song?

    ⇒ Sannidhya Bhuyan, Rajnish Saikia has sung the song "Mur Gaanor Dehat".

    2. Which album is the "Mur Gaanor Dehat" song from?

    ⇒ The song "Mur Gaanor Dehat" is from the album N/A.

    3. In which language is the "Mur Gaanor Dehat" song composed?

    ⇒ The song "Mur Gaanor Dehat" is composed in the Assamese language.

    4. What is the official duration of the "Mur Gaanor Dehat" song?

    ⇒ The official duration of "Mur Gaanor Dehat" is 05:42.00.

    5. Can I reupload this LRC file on the internet?

    ⇒ Sorry, you are not allowed to reupload this LRC file on the internet without permission. This is only for your personal use.

    6. Does this LRC file perfectly match the official song?

    ⇒ Yes, it does most of the time, but sometimes you may need to apply an offset using our tool, LRC File Maker (e.g., +10 or -10).

    Sannidhya Bhuyan, Rajnish Saikia - Mur Gaanor Dehat