Read, copy, and download the Jipaal 2.0 lyrics LRC file, which provides synchronized music subtitles for the song Jipaal 2.0 by Sannidhya Bhuyan, Tonmoy Krypton from the album N/A. Our LRC file is created using the free "LRC File Maker" tool and matches the official length of the song, which is 05:06.00. Additionally, you can download the lyrics in TXT (.txt), SRT (.srt), and PDF (.pdf) formats.
[ti:Jipaal 2.0]
[ar:Sannidhya Bhuyan, Tonmoy Krypton]
[lang:Assamese]
[length:05:06.00]
[by:Jun]
[re:rclyricsband.com]
[ve:v0.0.5]
[00:00.00]
[00:31.20]সেউজেৰে ভৰা এখনি পথাৰ
[00:35.24]চকুৰে নমনি নেদেখা সিপাৰ
[00:38.88]মৰমে আৱৰা হিয়াৰে ভাষাৰ
[00:42.72]কতনো কবিতা লিখিছোঁ তোমাৰ!
[00:46.23]সেউজেৰে ভৰা এখনি পথাৰ
[00:50.00]চকুৰে নমনি নেদেখা সিপাৰ
[00:54.10]মৰমে আৱৰা হিয়াৰে ভাষাৰ
[00:57.56]কতনো কবিতা লিখিছোঁ তোমাৰ!
[01:00.82]হৃদয়তে সযতনে-সংগোপনে
[01:04.88]সাঁচি ৰখা প্ৰেমৰ কবিতা
[01:08.50]তুমি মোৰ জীৱনৰে-যৌৱনৰে
[01:12.72]প্ৰভাতীৰ সোণালী সবিতা
[01:15.50]হৃদয়তে সযতনে-সংগোপনে
[01:20.18]সাঁচি ৰখা প্ৰেমৰ কবিতা
[01:23.60]তুমি মোৰ জীৱনৰে-যৌৱনৰে
[01:27.51]প্ৰভাতীৰ সোণালী সবিতা
[01:30.87]মোৰ কামনাৰ, মোৰ বাসনাৰ
[01:34.52]তুমি ছবি মৰমসনা
[01:38.37]তুমি জানা নে নেজানা?
[01:42.21]তুমি জানা নে নেজানা?
[01:45.94]মোৰ কামনাৰ, মোৰ বাসনাৰ
[01:49.74]তুমি ছবি মৰমসনা
[01:53.43]তুমি জানা নে নেজানা?
[01:57.60]তুমি জানা নে নেজানা?
[02:01.55]
[03:03.38]তোমালে' মৰম মোৰ অলেখ-অপাৰ
[03:07.70]ভাৱনাতে দিন মোৰ ৰাতি একাকাৰ
[03:10.56]আৱেগেৰে ভৰা হিয়াৰে আশাৰ
[03:14.64]জ্বলাবানে চাকি হিয়াৰে তোমাৰ?
[03:18.15]তোমালে' মৰম মোৰ অলেখ-অপাৰ
[03:22.11]ভাৱনাতে দিন মোৰ ৰাতি একাকাৰ
[03:25.90]আৱেগেৰে ভৰা হিয়াৰে আশাৰ
[03:29.60]জ্বলাবানে চাকি হিয়াৰে তোমাৰ?
[03:32.61]হৃদয়তে সযতনে-সংগোপনে
[03:37.13]সাঁচি ৰখা প্ৰেমৰ কবিতা
[03:39.87]তুমি মোৰ জীৱনৰে-যৌৱনৰে
[03:44.37]প্ৰভাতীৰ সোণালী সবিতা
[03:47.49]হৃদয়তে সযতনে-সংগোপনে
[03:52.14]সাঁচি ৰখা প্ৰেমৰ কবিতা
[03:54.88]তুমি মোৰ জীৱনৰে-যৌৱনৰে
[03:59.56]প্ৰভাতীৰ সোণালী সবিতা
[04:02.87]তুমি হিয়াৰে কল্পনা
[04:06.48]তুমি মনৰে ঠিকনা
[04:10.43]তুমি জানা নে নেজানা?
[04:14.23]তুমি জানা নে নেজানা?
[04:17.91]তুমি হিয়াৰে কল্পনা
[04:21.74]তুমি মনৰে ঠিকনা
[04:25.38]তুমি জানা নে নেজানা?
[04:29.30]তুমি জানা নে নেজানা?
[04:33.41]RCLyricsBand.Com
This LRC file may not match your music if the duration is not the same. Click Edit below and simply apply an offset (+0.10 sec, -0.10 sec, etc.)
You May Listen Jipaal 2.0 by Sannidhya Bhuyan, Tonmoy Krypton
1. Who is the singer of "Jipaal 2.0" song?
⇒ Sannidhya Bhuyan, Tonmoy Krypton has sung the song "Jipaal 2.0".
2. Which album is the "Jipaal 2.0" song from?
⇒ The song "Jipaal 2.0" is from the album N/A.
3. In which language is the "Jipaal 2.0" song composed?
⇒ The song "Jipaal 2.0" is composed in the Assamese language.
4. What is the official duration of the "Jipaal 2.0" song?
⇒ The official duration of "Jipaal 2.0" is 05:06.00.
5. Can I reupload this LRC file on the internet?
⇒ Sorry, you are not allowed to reupload this LRC file on the internet without permission. This is only for your personal use.
6. Does this LRC file perfectly match the official song?
⇒ Yes, it does most of the time, but sometimes you may need to apply an offset using our tool, LRC File Maker (e.g., +10 or -10).
Sannidhya Bhuyan, Tonmoy Krypton - Jipaal 2.0