Read, copy, and download the Motoliya 2.0 lyrics LRC file, which provides synchronized music subtitles for the song Motoliya 2.0 by Sannidhya Bhuyan, Aarxslan from the album N/A. Our LRC file is created using the free "LRC File Maker" tool and matches the official length of the song, which is 03:56.00. Additionally, you can download the lyrics in TXT (.txt), SRT (.srt), and PDF (.pdf) formats.
[ti:Motoliya 2.0]
[ar:Sannidhya Bhuyan, Aarxslan]
[lang:Assamese]
[length:03:56.00]
[by:Jun]
[re:rclyricsband.com]
[ve:v0.0.5]
[00:00.00]
[00:14.55]হিয়াৰ বাঁহীৰ সুৰ হোৱাঁনা
[00:17.51]সুৰেৰে দিয়াঁনা প্ৰেৰণা
[00:20.64]হিয়াৰে সাৱটি লোৱাঁনা
[00:23.12]প্ৰেমৰ অযুত বাসনা
[00:26.40](অ'-অ'-অ', অ'-অ'-অ'-অ')
[00:29.19]প্ৰেমৰ অযুত বাসনা
[00:31.95](Yeah yeah yeah, yeah yeah yeah yeah)
[00:35.16]প্ৰেমৰ অযুত বাসনা
[00:38.54]হিয়াৰ বাঁহীৰ সুৰ হোৱাঁনা
[00:41.16]সুৰেৰে দিয়াঁনা প্ৰেৰণা
[00:44.27]হিয়াৰে সাৱটি লোৱাঁনা
[00:47.50]প্ৰেমৰ অযুত বাসনা
[00:50.80]গীতেৰে, সুৰেৰে, হিয়াৰ আৱেগেৰে
[00:53.20]প্ৰণয়ৰ ছবি আঁকাঁনা
[00:56.50]মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ?
[00:59.70]দুচকুৰ ভাষাৰে কোৱাঁনা
[01:01.97]গীতেৰে, সুৰেৰে, হিয়াৰ আৱেগেৰে
[01:05.10]প্ৰণয়ৰ ছবি আঁকাঁনা
[01:07.77]মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ?
[01:11.21]দুচকুৰ ভাষাৰে কোৱাঁনা
[01:13.25]তুমি মোৰ মনজ্যোৎস্না
[01:16.14]হৃদয়ৰে হাচনাহানা
[01:19.20]তুমি মোৰ মনজ্যোৎস্না
[01:22.13]হৃদয়ৰে হাচনাহানা
[01:26.10]
[02:02.24]পৰাণৰ আকুল কামনা
[02:05.40]পাহৰাই হিয়াৰ বেদনা
[02:08.29]সুৰেৰে সিক্ত কৰাঁনা ৰিক্ত হিয়াৰ ৰচনা
[02:14.14]
[02:26.90]পৰাণৰ আকুল কামনা
[02:29.19]পাহৰাই হিয়াৰ বেদনা
[02:32.20]সুৰেৰে সিক্ত কৰাঁনা ৰিক্ত হিয়াৰ ৰচনা
[02:37.94]গীতেৰে, সুৰেৰে, হিয়াৰ আৱেগেৰে
[02:41.10]প্ৰণয়ৰ ছবি আঁকাঁনা
[02:43.86]মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ?
[02:47.12]দুচকুৰ ভাষাৰে কোৱাঁনা
[02:49.97]গীতেৰে, সুৰেৰে, হিয়াৰ আৱেগেৰে
[02:53.70]প্ৰণয়ৰ ছবি আঁকাঁনা
[02:55.89]মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ?
[02:59.11]দুচকুৰ ভাষাৰে কোৱাঁনা
[03:01.42]তুমি মোৰ মনজ্যোৎস্না
[03:04.44]হৃদয়ৰে হাচনাহানা
[03:07.23]তুমি মোৰ মনজ্যোৎস্না
[03:10.17]হৃদয়ৰে হাচনাহানা
[03:13.57]RCLyricsBand.Com
This LRC file may not match your music if the duration is not the same. Click Edit below and simply apply an offset (+0.10 sec, -0.10 sec, etc.)
You May Listen Motoliya 2.0 by Sannidhya Bhuyan, Aarxslan
1. Who is the singer of "Motoliya 2.0" song?
⇒ Sannidhya Bhuyan, Aarxslan has sung the song "Motoliya 2.0".
2. Which album is the "Motoliya 2.0" song from?
⇒ The song "Motoliya 2.0" is from the album N/A.
3. In which language is the "Motoliya 2.0" song composed?
⇒ The song "Motoliya 2.0" is composed in the Assamese language.
4. What is the official duration of the "Motoliya 2.0" song?
⇒ The official duration of "Motoliya 2.0" is 03:56.00.
5. Can I reupload this LRC file on the internet?
⇒ Sorry, you are not allowed to reupload this LRC file on the internet without permission. This is only for your personal use.
6. Does this LRC file perfectly match the official song?
⇒ Yes, it does most of the time, but sometimes you may need to apply an offset using our tool, LRC File Maker (e.g., +10 or -10).
Sannidhya Bhuyan, Aarxslan - Motoliya 2.0