Read, copy, and download the Xunyo lyrics LRC file, which provides synchronized music subtitles for the song Xunyo by Kool-D, Zupiter from the album N/A. Our LRC file is created using the free "LRC File Maker" tool and matches the official length of the song, which is 03:46.00. Additionally, you can download the lyrics in TXT (.txt), SRT (.srt), and PDF (.pdf) formats.
[ti:Xunyo]
[ar:Kool-D, Zupiter]
[lang:Assamese]
[length:03:46.00]
[by:Jun]
[re:rclyricsband.com]
[ve:v0.0.5]
[00:00.00]
[00:21.23]মই চাব খোজোঁ এনে এক ঠাই য'ত
[00:23.70]নাই মই আজি আৰু নাই মোৰ ছায়া
[00:26.54]Really don't wanna chase anything 'cause
[00:29.20]দুদিনৰ জীৱন আৰু দুদিনৰ মায়া
[00:31.90]মই চাব খোজোঁ এনে এক ঠাই য'ত
[00:34.64]নাই মই আজি আৰু নাই মোৰ ছায়া
[00:37.25]Really don't wanna chase anything 'cause
[00:39.70]দুদিনৰ জীৱন আৰু দুদিনৰ মায়া
[00:42.49]মই চাব খোজোঁ এনে এক ঠাই য'ত
[00:45.60]নাই মই আজি আৰু নাই মোৰ ঠিকনা
[00:47.88]কোনোমতে মাথোঁ আছোঁ জীয়াই
[00:50.12]মোৰ হৃদয়ত আজি আৰু নাই উদ্দীপনা
[00:53.11]চিনাকি বহুত, চিনাকি অযুত
[00:55.20]সহায়ৰ হাত লাগে যদি চিনাকি মজুত
[00:57.76]পিচে নিজকে কিয় বাৰু নিচিনিলোঁ আজিলৈকে?
[01:01.10]হৃদয়ত দেখোঁ কিয় অচিনাকি মোক?
[01:03.66]অনাই-বনাই ফুৰিছোঁ ঘূৰি মই বিচাৰি হেৰুওৱা বাটৰ দিশ
[01:06.25]যুঁজিছোঁ কিয় মই নিজৰে লগতে! আচলতে এটা সাঁথৰ ই
[01:08.82]বিচৰা নাই মই চিনাকি চেহেৰা, যাবলৈ খুজি মই আঁতৰি
[01:11.63]নিজৰে মাজতে মগন, আজি মোক নালাগে কাৰোৰে বাতৰি
[01:14.23]নিজেই নিজৰ শত্ৰু, মই সঁচা মহাপাগল
[01:16.77]বৰ্ষাৰ নহয় পানী, এইয়া চকুৰে অহা জাগল
[01:19.37]টুলুঙা মোৰ নৌকা গৈ পালে মহাসাগৰ
[01:22.30]মই ডুবি যাব খোজোঁ, আজি লাগিছে বৰ ভাগৰ
[01:24.92]ক'ব খোজোঁ বহুকথা বুকু ফালি
[01:27.29]পিচে আৱেগবোৰ থমকি ৰয় দুকোঠালীত
[01:29.81]তাতে বহোঁ আৰু সময়বোৰ জোখোঁ বালিত
[01:32.36]বৈ যোৱাঁ নৈ আৰু লোৱাঁ তাতে মোকো ঢালি
[01:35.11]মই ক'ব খোজোঁ বহুকথা বুকু ফালি
[01:37.74]পিচে আৱেগবোৰ থমকি ৰয় দুকোঠালীত
[01:40.61]তাতে বহোঁ আৰু সময়বোৰ জোখোঁ বালিত
[01:43.10]বৈ যোৱাঁ নৈ আৰু লোৱাঁ তাতে মোকো ঢালি
[01:46.58]ধূলিকণা ময়ো, মোৰোনো কি চিন-চাব!
[01:48.99]ফোঁপোলা জীৱন, ইয়াত মৰে মানুহ চিন্তাত
[01:51.56]আৱেগৰ বাষ্পত নেদেখা মই লীন তাপ
[01:54.33]আকাশক ছুই হ'ব খোজোঁ বিলীন তাত
[01:57.00]ধূলিকণা ময়ো, মোৰোনো কি চিন-চাব!
[01:59.65]ফোঁপোলা জীৱন, ইয়াত মৰে মানুহ চিন্তাত
[02:02.28]আৱেগৰ বাষ্পত নেদেখা মই লীন তাপ
[02:05.33]আকাশক ছুই হ'ব খোজোঁ বিলীন তাত
[02:07.56]নাম, যশ, অভিলাষ আৰু ফেনেকা ধন
[02:10.51]আৱেগত আছোঁ উটি, আজি সেমেকা মন
[02:13.20]মানুহলে' লাগে ভয় কিয় নাজানো মই
[02:15.72]লগ বুলিবলে' আছে মাথোঁ নেদেখাজন
[02:18.47]জীৱন-যুদ্ধত চিপাহী মই নাম-কটা
[02:21.10]জ্বলিছে জুই মনত, অলপো নাই শাম কটা
[02:23.69]নিথৰ মনে কৰে ভাগৰুৱা প্ৰশ্ন মোক
[02:26.37]ক'ত যাম আজি? ক'ত বাৰু পাম সকাহ?
[02:29.30]মই চাব খোজোঁ এনে এক ঠাই য'ত
[02:31.86]নাই মই আজি আৰু নাই মোৰ ছায়া
[02:34.55]Really don't wanna chase anything 'cause
[02:37.26]দুদিনৰ জীৱন আৰু দুদিনৰ মায়া
[02:39.67]দুদিনৰ ঢৌ নালাগে, মোৰ বাৰ্তা হওক আজীৱন
[02:42.38]মনে যদি কান্দে তাতে কবিতাবোৰ সাজি ল'ম
[02:44.94]বিচৰাবোৰ পালোঁ পিচে উকা চোন আজি মন
[02:47.53]ক'ব যি মনে আজি তাকেই মই মানি ল'ম
[02:50.22]মই হালি পৰা গছ, আজি শুকান মোৰ গছপাত
[02:53.10]সেউজৰ সপোনবোৰ হেৰালে অকস্মাৎ
[02:55.56]আহিলা বেচি জীৱন পেলনীয়া বস্তাত
[02:57.98]মই থমকি লৈ দেখোঁ নিজক মৰহা অৱস্থাত
[03:00.89]যুদ্ধখন নিজৰ লগত, আক্ষেপ নাই কাৰো প্ৰতি
[03:03.52]নিজকে মই সাৱটি ল'ম কষ্ট হয় আৰু যদি
[03:06.25]বিষাদ এটা কলা, মই নিজে চাগে' তাৰো প্ৰতীক
[03:08.93]আগবাঢ়ক সকলো, মই হেঙাৰ নহওঁ কাৰো গতিত
[03:11.56]যুদ্ধখন নিজৰ লগত, আক্ষেপ নাই কাৰো প্ৰতি
[03:14.25]নিজকে মই সাৱটি ল'ম কষ্ট হয় আৰু যদি
[03:16.91]বিষাদ এটা কলা, মই নিজে চাগে' তাৰো প্ৰতীক
[03:19.50]আগবাঢ়ক সকলো, মই হেঙাৰ নহওঁ কাৰো গতিত
[03:22.34]মই চাব খোজোঁ এনে এক ঠাই য'ত
[03:25.14]নাই মই আজি আৰু নাই মোৰ ছায়া
[03:27.59]Really don't wanna chase anything 'cause
[03:30.55]দুদিনৰ জীৱন আৰু দুদিনৰ মায়া
[03:33.20]মই চাব খোজোঁ এনে এক ঠাই য'ত
[03:35.84]নাই মই আজি আৰু নাই মোৰ ঠিকনা
[03:38.52]কোনোমতে মাথোঁ আছোঁ জীয়াই
[03:40.64]মোৰ হৃদয়ত আজি আৰু নাই উদ্দীপনা
[03:43.80]RCLyricsBand.Com
This LRC file may not match your music if the duration is not the same. Click Edit below and simply apply an offset (+0.10 sec, -0.10 sec, etc.)
You May Listen Xunyo by Kool-D, Zupiter
1. Who is the singer of "Xunyo" song?
⇒ Kool-D, Zupiter has sung the song "Xunyo".
2. Which album is the "Xunyo" song from?
⇒ The song "Xunyo" is from the album N/A.
3. In which language is the "Xunyo" song composed?
⇒ The song "Xunyo" is composed in the Assamese language.
4. What is the official duration of the "Xunyo" song?
⇒ The official duration of "Xunyo" is 03:46.00.
5. Can I reupload this LRC file on the internet?
⇒ Sorry, you are not allowed to reupload this LRC file on the internet without permission. This is only for your personal use.
6. Does this LRC file perfectly match the official song?
⇒ Yes, it does most of the time, but sometimes you may need to apply an offset using our tool, LRC File Maker (e.g., +10 or -10).
Kool-D, Zupiter - Xunyo