Read, copy, and download the Xoru Manuh lyrics LRC file, which provides synchronized music subtitles for the song Xoru Manuh by Kool-D from the album N/A. Our LRC file is created using the free "LRC File Maker" tool and matches the official length of the song, which is 02:33.00. Additionally, you can download the lyrics in TXT (.txt), SRT (.srt), and PDF (.pdf) formats.
[ti:Xoru Manuh]
[ar:Kool-D]
[lang:Assamese]
[length:02:33.00]
[by:Jun]
[re:rclyricsband.com]
[ve:v0.0.5]
[00:00.00]
[00:05.70]আমিতো সৰু মানুহ, সৰু হৈয়ে থাকিম
[00:08.74]আমিতো সৰু মানুহ, সৰু মানুহ, সৰু মানুহ
[00:11.69]আমিতো সৰু মানুহ, সৰু হৈয়ে থাকিম
[00:14.67]ফটা কাগজতে সপোনবিলাক আঁকিম
[00:17.70]মিছা চাল মাৰি নিদিওঁ নিজক ফাঁকি
[00:20.35]জেপত টকা নাথাকিলেও সপোন বহুত বাকী
[00:23.74]আমিতো সৰু মানুহ, সৰু হৈয়ে থাকিম
[00:26.43]আমিতো সৰু মানুহ, সৰু মানুহ, সৰু মানুহ
[00:29.18]আন্ধাৰ ৰাতি পোহৰ বিলাম জ্বলাই এটা চাকি
[00:32.19]হেঁপাহতে উৰি আছোঁ, কলমটো মোৰ পাখি
[00:35.18]পলম হ'ব বাটত আৰু হ'ব চাগে ৰাতি
[00:38.17]জেপত টকা নাথাকিলেও সপোন বহুত বাকী
[00:41.25]আমিতো সৰু মানুহ, সৰু হৈয়ে থাকিম
[00:44.47]আমিতো সৰু মানুহ, সৰু মানুহ, সৰু মানুহ
[00:47.48]সি হাঁহিছে দুখতে, হৈছেগে পগলা, জাগিছে ভোকতে
[00:50.42]সি মাগিছে শান্তি, পাহৰি কষ্ট, হাঁহি তাৰ মুখতে
[00:53.50]সি ভাগিছে বিষাদত, নীৰৱে অকলে বহিছে চুকতে (চুকতে)
[00:56.47]সি ভাবিছে কথাবোৰ, নিৰুপায়, পৰিছে নিজৰে ৰোষতে
[00:59.47]তোৰতো টকা নাই, তোক লৈ কোনেও মৰমৰ ছবিখন অঁকা নাই
[01:02.33]তোৰতো টকা নাই, হ'ব দে তাতেনো কিটো হ'ল একোতো কথা নাই
[01:05.65]তোৰতো টকা নাই, তোৰ পথাৰৰ ফচলো সময়ত পকা নাই
[01:08.26]তোৰতো টকা নাই, যুঁজিছ ভিতৰত, কিয় মন খুলি তই বকা নাই?
[01:11.79]তোৰতো টকা নাই, তোৰতো টকা নাই (তোৰতো টকা নাই)
[01:17.92]Aye, ফটা গেঞ্জী, তলফালে half-pant
[01:19.72]ফটা ভাগ্য লৈ বেলেগলে হাত মেল
[01:21.15]সৰু মানুহ তই সৰু হৈ থাক, বৰ সপোন ৰচিবলে কিহৰ এই বাঘতেল!
[01:24.80]ফটা গেঞ্জী, তলফালে half-pant
[01:25.74]ফটা ভাগ্য লৈ বেলেগলে' হাত মেল
[01:27.24]সৰু মানুহ তই সৰু হৈ থাক, বৰ সপোন ৰচিবলে কিহৰ এই বাঘতেল!
[01:30.22]আমিতো সৰু মানুহ, সৰু হৈয়ে থাকিম
[01:33.28]আমিতো সৰু মানুহ, সৰু মানুহ
[01:35.98]শুদ্ধ পথত যুদ্ধ কৰিম, ৰুদ্ধ কৰে মাত কোনে!
[01:38.99]মনত বেছি চেকা হ'লে ধৰিব তোৰ গাত ঘূণে
[01:42.12]ধনত বেছি আঠা, চাবি লাগিব তোৰ লেঠা
[01:45.10]জেপত টকা নাথাকিলেও সুখী আমি লাখগুণে
[01:49.74](সুখী আমি লাখগুণে)
[01:53.83]তই মনতে ধনী নে ধনতে?
[01:55.18]টকা পাই আৱেগো বেচিলি কমতে
[01:57.12]তোৰ দূৰৰ পৰা ঘৰতো চমকে
[01:58.15]ভিতৰত অশান্তি, সুখবোৰ থমকে
[02:00.12]ভালকে ভাবিবি কথাবোৰ নাইবা তই একোকে নাপাবি গমকে
[02:03.13]সময় তোৰ লাগিব বুজিবলে কথা, ভুকুতে কলটো নপকে
[02:06.60]কিবাতো থাকিব অৰ্থ নাইবাতো এনেই সি beat-তে নবকে
[02:09.12]সুখৰে সন্ধানত বিলাওঁতে দক্ষিণা চাবি দেই ঠগিব গণকে
[02:12.55]আমিতো সৰু মানুহ, সৰু হৈয়ে থাকিম
[02:15.30]ফটা কাগজতে সপোনবিলাক আঁকিম
[02:18.29]মিছা চাল মাৰি নিদিওঁ নিজক ফাঁকি
[02:21.00]জেপত টকা নাথাকিলেও সপোন বহুত বাকী
[02:23.53]আমিতো সৰু মানুহ, সৰু হৈয়ে থাকিম
[02:26.52]ফটা কাগজতে সপোনবিলাক আঁকিম
[02:31.89]RCLyricsBand.Com
This LRC file may not match your music if the duration is not the same. Click Edit below and simply apply an offset (+0.10 sec, -0.10 sec, etc.)
You May Listen Xoru Manuh by Kool-D
1. Who is the singer of "Xoru Manuh" song?
⇒ Kool-D has sung the song "Xoru Manuh".
2. Which album is the "Xoru Manuh" song from?
⇒ The song "Xoru Manuh" is from the album N/A.
3. In which language is the "Xoru Manuh" song composed?
⇒ The song "Xoru Manuh" is composed in the Assamese language.
4. What is the official duration of the "Xoru Manuh" song?
⇒ The official duration of "Xoru Manuh" is 02:33.00.
5. Can I reupload this LRC file on the internet?
⇒ Sorry, you are not allowed to reupload this LRC file on the internet without permission. This is only for your personal use.
6. Does this LRC file perfectly match the official song?
⇒ Yes, it does most of the time, but sometimes you may need to apply an offset using our tool, LRC File Maker (e.g., +10 or -10).
Kool-D - Xoru Manuh