Read, copy, and download the Rumaal lyrics LRC file, which provides synchronized music subtitles for the song Rumaal by Zubeen Garg from the album Golden Collection of Zubeen, Vol. 4. Our LRC file is created using the free "LRC File Maker" tool and matches the official length of the song, which is 06:04.95. Additionally, you can download the lyrics in TXT (.txt), SRT (.srt), and PDF (.pdf) formats.
[ti:Rumaal]
[ar:Zubeen Garg]
[al:Golden Collection of Zubeen, Vol. 4]
[lang:Assamese]
[length:06:04.95]
[by:Jun]
[re:rclyricsband.com]
[ve:v0.0.5]
[00:00.00]
[00:33.27]একবিংশ শতিকাৰ প্ৰেম-কাহিনী
[00:41.89]ৰুমালৰে ভাঁজতে স্মৃতিৰে ৰেঙনি
[00:50.29]একবিংশ শতিকাৰ মোৰ কাহিনী
[00:58.36]ৰুমালৰে সাঁচতে স্মৃতি হৈ মৰমী
[01:06.70]ৰুমালৰ ভাঁজে-ভাঁজে দুখৰে বিননি
[01:15.43]ৰুমালত কাহিনী, ৰুমালত জীৱনী
[01:23.38]ৰুমালত হুমুনিয়াহ, ৰুমালত উচুপনি
[01:31.21]ৰুমাল, ৰুমাল, ৰুমাল, ৰুমাল
[01:35.30]এখন ৰঙা ৰুমাল
[01:39.45]ৰুমাল, ৰুমাল, ৰুমাল, ৰুমাল
[01:43.68]আজিৰ শেঁতা ৰুমাল
[01:48.60]
[02:12.71]সেই কোন কাহানিত দেখা এযুৰি কাজল-চকু!
[02:21.30]মনত পৰিলে আজিও শোকে খুন্দে বুকু
[02:29.51]কৃষ্ণচূড়াৰ তলত স্কুলৰ দুপৰীয়া
[02:37.82]ক্লাছৰ ফাঁকে-ফাঁকে কতনো উমাল কথা!
[02:45.96]লুটিয়াই চালে জীৱনী পাওঁ মাথোঁ
[02:50.33]ৰুমাল, ৰুমাল, ৰুমাল, ৰুমাল
[02:54.69]এখন ৰঙা ৰুমাল
[02:58.76]ৰুমাল, ৰুমাল, ৰুমাল, ৰুমাল
[03:03.13]আজিৰ শেঁতা ৰুমাল
[03:07.24]
[03:31.91]শীতৰে সেমেকা এটি আবেলি আছে মনত
[03:40.18]হঠাতে কাৰোবাক এৰি অহাৰ বেদনা প্ৰাণত
[03:48.56]সিক্ত চকুৰ কাজল, অধৰত বিষাদ কোমল
[03:56.91]আঁজলি ভৰাই ল'লোঁ সপোন চিকুণ-কোমল
[04:05.36]এসাগৰ মৰম নিগৰা সেই ৰুমাল
[04:09.72]ৰুমাল, ৰুমাল, ৰুমাল, ৰুমাল
[04:13.96]এখন ৰঙা ৰুমাল
[04:18.11]ৰুমাল, ৰুমাল, ৰুমাল, ৰুমাল
[04:22.23]আজিৰ শেঁতা ৰুমাল
[04:27.14]একবিংশ শতিকাৰ প্ৰেম-কাহিনী
[04:35.52]ৰুমালৰে ভাঁজতে স্মৃতিৰে ৰেঙনি
[04:43.65]একবিংশ শতিকাৰ মোৰ কাহিনী
[04:52.28]ৰুমালৰে সাঁচতে স্মৃতি হৈ মৰমী
[05:00.67]ৰুমালৰ ভাঁজে-ভাঁজে দুখৰে বিননি
[05:08.87]ৰুমালত কাহিনী, ৰুমালত জীৱনী
[05:17.14]ৰুমালত হুমুনিয়াহ, ৰুমালত উচুপনি
[05:24.96]ৰুমাল, ৰুমাল, ৰুমাল, ৰুমাল
[05:29.10]এখন ৰঙা ৰুমাল
[05:33.11]ৰুমাল, ৰুমাল, ৰুমাল, ৰুমাল
[05:37.30]আজিৰ শেঁতা ৰুমাল
[05:41.70]ৰুমাল, ৰুমাল, ৰুমাল, ৰুমাল
[05:45.73]এখন ৰঙা ৰুমাল
[05:49.77]ৰুমাল, ৰুমাল, ৰুমাল, ৰুমাল
[05:54.70]আজিৰ শেঁতা ৰুমাল
[05:58.48]RCLyricsBand.Com
This LRC file may not match your music if the duration is not the same. Click Edit below and simply apply an offset (+0.10 sec, -0.10 sec, etc.)
You May Listen Rumaal by Zubeen Garg
1. Who is the singer of "Rumaal" song?
⇒ Zubeen Garg has sung the song "Rumaal".
2. Which album is the "Rumaal" song from?
⇒ The song "Rumaal" is from the album Golden Collection of Zubeen, Vol. 4.
3. In which language is the "Rumaal" song composed?
⇒ The song "Rumaal" is composed in the Assamese language.
4. What is the official duration of the "Rumaal" song?
⇒ The official duration of "Rumaal" is 06:04.95.
5. Can I reupload this LRC file on the internet?
⇒ Sorry, you are not allowed to reupload this LRC file on the internet without permission. This is only for your personal use.
6. Does this LRC file perfectly match the official song?
⇒ Yes, it does most of the time, but sometimes you may need to apply an offset using our tool, LRC File Maker (e.g., +10 or -10).
Zubeen Garg - Rumaal