Read, copy, and download the Huna Huna lyrics LRC file, which provides synchronized music subtitles for the song Huna Huna by Zubeen Garg from the album Golden Collection Of Zubeen, Vol. I. Our LRC file is created using the free "LRC File Maker" tool and matches the official length of the song, which is 05:57.12. Additionally, you can download the lyrics in TXT (.txt), SRT (.srt), and PDF (.pdf) formats.
[ti:Huna Huna]
[ar:Zubeen Garg]
[al:Golden Collection Of Zubeen, Vol. I]
[lang:Assamese]
[length:05:57.12]
[by:Jun]
[re:rclyricsband.com]
[ve:v0.0.5]
[00:00.00]
[00:15.40]শুনা শুনা
[00:17.22]কানে কানে আজি সেই কথা
[00:20.53]কোৱা কোৱা
[00:23.23]মনে মনে আজি সেই কথা
[00:26.55]বহুদিনৰে সাৱতি থকা
[00:30.38]নোপোৱা বহু বেথা
[00:33.13]এন্ধাৰ ৰাতিৰ জোনাকী তুমি
[00:36.51]মোৰ জীৱন ছবিত
[00:39.91]মনৰ হেপাহো তুমি
[00:42.86]বহু ৰহন আঁকি
[00:45.29]নিৰৱে মোৰ
[00:48.27]কাষত আছা
[00:52.42]শুনা শুনা
[00:53.56]কানে কানে আজি সেই কথা
[00:57.20]কোৱা কোৱা
[01:00.43]মনে মনে আজি সেই কথা
[01:03.68]বহুদিনৰে সাৱতি থকা
[01:08.14]নোপোৱা বহু বেথা
[01:10.40]এন্ধাৰ ৰাতিৰ জোনাকী তুমি
[01:13.71]মোৰ জীৱন ছবিত
[01:17.26]মনৰ হেপাহো তুমি
[01:20.33]বহু ৰহন আঁকি
[01:22.62]নিৰৱে মোৰ
[01:25.34]কাষত আছা
[02:01.60]বুজিও নুবুজা কিয়
[02:03.45]নয়নৰ প্ৰকাশ
[02:06.77]জানিও নাজান কিয়
[02:09.74]মনৰ অভিলাষ
[02:12.92]বুজিও নুবুজা কিয়
[02:15.97]নয়নৰ প্ৰকাশ
[02:19.80]জানিও নাজান কিয়
[02:22.00]মনৰ অভিলাষ
[02:24.95]অভিমানী কিয় তুমি
[02:28.26]বুকু জলোৱা
[02:31.39]আকাশ মোৰ পোহৰাব
[02:34.35]তোমাৰ পৃথিৱী
[02:37.60]শুনা শুনা
[02:38.57]কানে কানে আজি সেই কথা
[02:41.82]অ' অ' অ' কোৱা কোৱা
[02:45.60]মনে মনে আজি সেই কথা
[02:48.80]বহুদিনৰে সাৱতি থকা
[02:52.47]নোপোৱা বহু বেথা
[02:55.18]এন্ধাৰ ৰাতিৰ জোনাকী তুমি
[02:58.46]মোৰ জীৱন ছবিত
[03:01.89]মনৰ হেপাহো তুমি
[03:05.13]বহু ৰহন আঁকি
[03:07.25]নিৰৱে মোৰ
[03:10.23]কাষত আছা
[03:45.83]আছিলা যেতিয়া দূৰত
[03:48.20]মেঘৰ সিপাৰত
[03:51.29]জানিলা গোপনে আহি
[03:54.54]এজাক সপোনত
[03:57.69]আছিলা যেতিয়া দূৰত
[04:00.56]মেঘৰ সিপাৰত
[04:03.84]জানিলা গোপনে আহি
[04:06.90]এজাক সপোনত
[04:09.77]জীৱনে মোৰ নজনাকে
[04:12.87]চেনেহ বুলালে
[04:16.19]সুৰৰ আকাশ উজলালে
[04:19.13]তোমাৰ মৰমে
[04:22.70]শুনা শুনা
[04:24.53]কানে কানে আজি সেই কথা
[04:27.90]অ' অ' অ' কোৱা কোৱা
[04:30.29]মনে মনে আজি সেই কথা
[04:34.54]বহুদিনৰে সাৱতি থকা
[04:37.44]নোপোৱা বহু বেথা
[04:40.20]এন্ধাৰ ৰাতিৰ জোনাকী তুমি
[04:43.69]মোৰ জীৱন ছবিত
[04:47.70]মনৰ হেপাহো তুমি
[04:50.80]বহু ৰহন আঁকি
[04:52.41]নিৰৱে মোৰ
[04:55.50]কাষত আছা
[04:59.51]শুনা শুনা
[05:01.35]কানে কানে আজি সেই কথা
[05:04.71]কোৱা কোৱা
[05:06.76]মনে মনে আজি সেই কথা
[05:10.94]বহুদিনৰে সাৱতি থকা
[05:14.41]নোপোৱা বহু বেথা
[05:17.23]এন্ধাৰ ৰাতিৰ জোনাকী তুমি
[05:20.92]মোৰ জীৱন ছবিত
[05:23.97]মনৰ হেপাহো তুমি
[05:27.17]বহু ৰহন আঁকি
[05:29.42]নিৰৱে মোৰ
[05:32.71]কাষত আছা
[05:38.19]RCLyricsBand.Com
This LRC file may not match your music if the duration is not the same. Click Edit below and simply apply an offset (+0.10 sec, -0.10 sec, etc.)
You May Listen Huna Huna by Zubeen Garg
1. Who is the singer of "Huna Huna" song?
⇒ Zubeen Garg has sung the song "Huna Huna".
2. Which album is the "Huna Huna" song from?
⇒ The song "Huna Huna" is from the album Golden Collection Of Zubeen, Vol. I.
3. In which language is the "Huna Huna" song composed?
⇒ The song "Huna Huna" is composed in the Assamese language.
4. What is the official duration of the "Huna Huna" song?
⇒ The official duration of "Huna Huna" is 05:57.12.
5. Can I reupload this LRC file on the internet?
⇒ Sorry, you are not allowed to reupload this LRC file on the internet without permission. This is only for your personal use.
6. Does this LRC file perfectly match the official song?
⇒ Yes, it does most of the time, but sometimes you may need to apply an offset using our tool, LRC File Maker (e.g., +10 or -10).
Zubeen Garg - Huna Huna