Read, copy, and download the Joluwa Hiya Mure lyrics LRC file, which provides synchronized music subtitles for the song Joluwa Hiya Mure by Zubeen Garg from the album Golden Collection Of Zubeen, Vol. I. Our LRC file is created using the free "LRC File Maker" tool and matches the official length of the song, which is 04:39.84. Additionally, you can download the lyrics in TXT (.txt), SRT (.srt), and PDF (.pdf) formats.
[ti:Joluwa Hiya Mure]
[ar:Zubeen Garg]
[al:Golden Collection Of Zubeen, Vol. I]
[lang:Assamese]
[length:04:39.84]
[by:Jun]
[re:rclyricsband.com]
[ve:v0.0.5]
[00:00.00]
[00:46.18]জ্বলোৱা হিয়া মোৰ কলিজাৰ উমেৰে
[00:53.18]শেষ হব দিয়া মোক সাৱটি বুকুতে
[01:00.33]সেমেকা এই মন জুমি চোৱাহি
[01:07.80]দুহাতত লৈ আলফুলে মন মৰমৰে উপচাই দি
[01:13.84]জগোৱা মোৰ এই জীৱন
[01:17.29]সজোৱা মোৰ যৌবন
[01:21.14]জগোৱা মোৰ এই জীৱন
[01:24.52]সজোৱা মোৰ যৌবন
[01:29.83]ঢলি ঢলি যেন পৰো প্ৰতিক্ষণ
[01:36.43]প্ৰেমৰে ৰাগি সপোনৰ গুঞ্জন
[01:43.55]কিনো মায়াৰে বান্ধি থলা মোক
[01:50.68]চিঙো চিঙো বুলি ছিঙিব নোৱাৰি মৰমৰ এই বান্ধোন
[01:56.72]জগোৱা মোৰ এই জীৱন
[02:00.31]সজোৱা মোৰ যৌৱন
[02:04.21]জগোৱা মোৰ এই জীৱন
[02:07.46]সজোৱা মোৰ যৌৱন
[02:41.10]শুৱদি অমিয়া ঢালি কানে কানে আহি ক'লাহি
[02:47.67]তুমি মোৰ মই তোমাৰ পৃথিৱী চেনেহৰ পথাৰ
[02:55.42]শুৱদি অমিয়া ঢালি কানে কানে আহি ক'লাহি
[03:02.26]তুমি মোৰ মই তোমাৰ পৃথিৱী চেনেহৰ পথাৰ
[03:09.20]নমুৱা ন জোনক সৰগী জোনাকক
[03:16.63]নমুৱা মৰতক আলফুলে মৰমক
[03:22.78]জগোৱা মোৰ এই জীৱন
[03:26.34]সজোৱা মোৰ এই যৌৱন
[03:29.90]জগোৱা মোৰ এই জীৱন
[03:33.61]সজোৱা মোৰ এই যৌৱন
[03:38.76]জ্বলোৱা হিয়া মোৰ কলিজাৰ উমেৰে
[03:45.13]শেষ হব দিয়া মোক সাৱটি বুকুতে
[03:52.22]সেমেকা এই মন জুমি চোৱাহি
[03:59.54]দুহাতত লৈ আলফুলে মন মৰমৰে উপচাই দি
[04:05.56]জগোৱা মোৰ এই জীৱন
[04:08.95]সজোৱা মোৰ যৌবন
[04:13.17]জগোৱা মোৰ এই জীৱন
[04:16.64]সজোৱা মোৰ যৌবন
[04:20.31]জগোৱা মোৰ এই জীৱন
[04:23.57]সজোৱা মোৰ যৌবন
[04:28.58]RCLyricsBand.Com
This LRC file may not match your music if the duration is not the same. Click Edit below and simply apply an offset (+0.10 sec, -0.10 sec, etc.)
You May Listen Joluwa Hiya Mure by Zubeen Garg
1. Who is the singer of "Joluwa Hiya Mure" song?
⇒ Zubeen Garg has sung the song "Joluwa Hiya Mure".
2. Which album is the "Joluwa Hiya Mure" song from?
⇒ The song "Joluwa Hiya Mure" is from the album Golden Collection Of Zubeen, Vol. I.
3. In which language is the "Joluwa Hiya Mure" song composed?
⇒ The song "Joluwa Hiya Mure" is composed in the Assamese language.
4. What is the official duration of the "Joluwa Hiya Mure" song?
⇒ The official duration of "Joluwa Hiya Mure" is 04:39.84.
5. Can I reupload this LRC file on the internet?
⇒ Sorry, you are not allowed to reupload this LRC file on the internet without permission. This is only for your personal use.
6. Does this LRC file perfectly match the official song?
⇒ Yes, it does most of the time, but sometimes you may need to apply an offset using our tool, LRC File Maker (e.g., +10 or -10).
Zubeen Garg - Joluwa Hiya Mure