Read, copy, and download the Rongmon Kokaiye lyrics LRC file, which provides synchronized music subtitles for the song Rongmon Kokaiye by Zubeen Garg from the album Golden Collection Of Zubeen, Vol. I. Our LRC file is created using the free "LRC File Maker" tool and matches the official length of the song, which is 04:52.44. Additionally, you can download the lyrics in TXT (.txt), SRT (.srt), and PDF (.pdf) formats.
[ti:Rongmon Kokaiye]
[ar:Zubeen Garg]
[al:Golden Collection Of Zubeen, Vol. I]
[lang:Assamese]
[length:04:52.44]
[by:Jun]
[re:rclyricsband.com]
[ve:v0.0.5]
[00:00.00]
[00:38.60]ৰংমন ককায়ে কি যাদু কৰিলে
[00:42.47]সখীৰে দেহতে তৰনি নাই
[00:46.37]ঘৰে বাহিৰে ক'তো নবহে
[00:50.23]সখীৰে মনৰে পিৰণি নাই
[00:54.14]ৰংমন ককায়ে কি যাদু কৰিলে (চেনাই মোৰ অ')
[00:58.25]সখীৰে দেহতে তৰনি নাই
[01:01.78]ঘৰে বাহিৰে ক'তো নবহে
[01:05.62]বিহুতি আদৰিম আমি দুয়ো
[01:09.41]ঢুলিয়া মই তই নাচনী
[01:13.34]বিহুতি আদৰিম আমি দুয়ো
[01:16.98]ঢুলিয়া মই তই নাচনী
[01:20.93]ইচাতি বিচাতি দেহাটি
[01:22.93]আহি পালেহিযে বিহুতি
[01:24.81]দূৰতে বাজিছে ৰিণিকি
[01:26.68]উতলা সুৰৰে পেপাটি
[01:28.58]ইচাতি বিচাতি দেহাটি
[01:30.59]আহি পালেহিযে বিহুতি
[01:32.42]দূৰতে বাজিছে ৰিণিকি
[01:34.40]উতলা সুৰৰে পেপাটি
[01:36.34]ৰংমন ককায়ে কি যাদু কৰিলে
[01:40.13]সখীৰে দেহতে তৰনি নাই
[01:43.98]ঘৰে বাহিৰে ক'তো নবহে
[01:47.81]সখীৰে মনৰে পিৰণি নাই
[01:51.75]ৰংমন ককায়ে কি যাদু কৰিলে (চেনাই মোৰ অ')
[01:55.82]সখীৰে দেহতে তৰনি নাই
[01:59.33]ঘৰে বাহিৰে ক'তো নবহে
[02:03.26]বিহুতি আদৰিম আমি দুয়ো
[02:07.20]ঢুলিয়া মই তই নাচনী
[02:10.75]বিহুতি আদৰিম আমি দুয়ো
[02:14.70]ঢুলিয়া মই তই নাচনী
[02:18.50]ইচাতি বিচাতি দেহাটি
[02:20.40]আহি পালেহিযে বিহুতি
[02:22.42]দূৰতে বাজিছে ৰিণিকি
[02:24.32]উতলা সুৰৰে পেপাটি
[02:26.19]ইচাতি বিচাতি দেহাটি
[02:28.20]আহি পালেহিযে বিহুতি
[02:30.20]দূৰতে বাজিছে ৰিণিকি
[02:32.30]উতলা সুৰৰে পেপাটি
[03:16.38]গাঠিৰ ধনেৰে ৰংমন ককায়ে
[03:19.88]আনিছে বহুতো কিবা কিবি
[03:23.83]আমাৰে মনতে লাগিছে বেজাৰ
[03:27.71]তোমাৰে তেওঁৰে পিৰিতি দেখি
[03:31.37]গাঠিৰ ধনেৰে ৰংমন ককায়ে (চেনাই মোৰ অ')
[03:35.62]আনিছে বহুতো কিবা কিবি
[03:39.70]আমাৰে মনতে লাগিছে বেজাৰ
[03:43.10]আনিছো তোলৈ খাৰু যুৰী
[03:46.75]ৰিহা মেখেলা কেৰু মণি
[03:50.62]আনিছো তোলৈ খাৰু যুৰী
[03:54.38]ৰিহা মেখেলা কেৰু মণি
[03:58.31]কিয়নো আনিলা চেনাইটি
[04:00.21]ৰিহা মেখেলা কেৰু মণি
[04:02.26]আমাকে দেখি সমনীয়াৰ
[04:04.14]মনতে উঠিছে পোৰণি
[04:05.98]কিয়নো আনিলা চেনাইটি
[04:07.77]ৰিহা মেখেলা কেৰু মণি
[04:09.32]আমাকে দেখি সমনীয়াৰ
[04:11.77]মনতে উঠিছে পোৰণি
[04:13.78]আনলৈ নিদিবি কান অ' মৰমী
[04:17.39]অকলে ওলাবি চাপৰিলৈ
[04:21.38]তাতৰে বিহুৱান মোকে দিবিহি
[04:25.14]চকুতে চকু থৈ মৰমে অ'
[04:29.14]আনলৈ নিদিবি কান অ' মৰমী
[04:32.94]অকলে ওলাবি চাপৰিলৈ
[04:36.72]তাতৰে বিহুৱান মোকে দিবিহি .
[04:40.11]RCLyricsBand.Com
This LRC file may not match your music if the duration is not the same. Click Edit below and simply apply an offset (+0.10 sec, -0.10 sec, etc.)
You May Listen Rongmon Kokaiye by Zubeen Garg
1. Who is the singer of "Rongmon Kokaiye" song?
⇒ Zubeen Garg has sung the song "Rongmon Kokaiye".
2. Which album is the "Rongmon Kokaiye" song from?
⇒ The song "Rongmon Kokaiye" is from the album Golden Collection Of Zubeen, Vol. I.
3. In which language is the "Rongmon Kokaiye" song composed?
⇒ The song "Rongmon Kokaiye" is composed in the Assamese language.
4. What is the official duration of the "Rongmon Kokaiye" song?
⇒ The official duration of "Rongmon Kokaiye" is 04:52.44.
5. Can I reupload this LRC file on the internet?
⇒ Sorry, you are not allowed to reupload this LRC file on the internet without permission. This is only for your personal use.
6. Does this LRC file perfectly match the official song?
⇒ Yes, it does most of the time, but sometimes you may need to apply an offset using our tool, LRC File Maker (e.g., +10 or -10).
Zubeen Garg - Rongmon Kokaiye