Read, Copy, Download simple local lyrics LRC file which is music subtitles of O Mur Lorar Mak is a Assamese song from the album Golden Collection Of Zubeen, Vol. I and this song is sung by Zubeen Garg. This synchronized LRC file is created by our stuff using our free tool "LRC File Maker" and our provided LRC files are only for the official length of the songs like this song's duration is 06:25.93. You can also download lyrics here in TXT (.txt), SRT (.srt) and PDF (.pdf) format.
[ti:O Mur Lorar Mak]
[ar:Zubeen Garg]
[al:Golden Collection Of Zubeen, Vol. I]
[lang:Assamese]
[length:06:25.93]
[by:Jun]
[re:rclyricsband.com]
[ve:v0.0.5]
[00:00.00]
[00:19.96]ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ
[00:23.42]হে ৰৈয়া ৰৈ
[00:24.97]ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ
[00:29.87]ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ
[00:32.89]হে ৰৈয়া ৰৈ
[00:34.71]ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ
[00:54.32]অ' মোৰে ল'ৰাৰ মাক
[00:56.94]মাছলৈ যাঁও নাখাওঁ শুদা ভাত
[01:01.73]অ' মোৰে ল'ৰাৰ মাক
[01:04.17]মাছলৈ যাঁও নাখাওঁ শুদা ভাত
[01:09.70]ৰহদৈ কৰদৈ পাৰি পাৰি থ তই
[01:14.30]জুতিৰে খামে দিনৰ সাজ
[01:19.14]মাছলৈ যাঁও নাখাওঁ শুদা ভাত
[01:23.65]অ' মোৰে ল'ৰাৰ মাক
[01:26.55]মাছলৈ যাঁও নাখাওঁ শুদা ভাত
[01:31.11]অ' মোৰে ল'ৰাৰ মাক
[01:33.68]মাছলৈ যাঁও নাখাওঁ শুদা ভাত
[02:22.41]হাঁচতি পূৰাও মই তামোলৰ চালিৰে
[02:27.38]পাণে চূণে যতনাই দে
[02:30.80]যতনাই দে
[02:32.30]ককালৰ তিয়নি, জাকৈ শিয়নি
[02:37.23]কাথিৰে পৰা নমাই দে
[02:46.82]হাঁচতি পূৰাও মই তামোলৰ চালিৰে
[02:52.31]পাণে চূণে যতনাই দে
[02:54.92]যতনাই দে
[02:56.71]ককালৰ তিয়নি, জাকৈ শিয়নি
[03:01.57]কাথিৰে পৰা নমাই দে
[03:06.46]শাকনি বাৰীৰে লাই পালেং শাক
[03:11.60]বেগেতে তুলি তুলি ৰাখ
[03:16.39]মাছলৈ যাঁও নাখাওঁ শুদা ভাত।।
[03:21.53]অ' মোৰে ল'ৰাৰ মাক
[03:24.10]মাছলৈ যাঁও নাখাওঁ শুদা ভাত
[03:28.64]অ' মোৰে ল'ৰাৰ মাক
[03:31.47]মাছলৈ যাঁও নাখাওঁ শুদা ভাত
[03:36.30]ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ
[03:39.28]হে ৰৈয়া ৰৈ
[03:40.93]ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ
[03:45.70]ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ
[03:48.58]হে ৰৈয়া ৰৈ
[03:50.62]ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ
[04:20.20]চুবুৰীৰ ৰংমন উভতি আহিলে
[04:24.90]ককালৰ খালৈটি পুৰাই
[04:30.10]খলিহনা পুঠি আৰু গৰৈ চেঙেলী
[04:34.61]দেখি মোৰ দেহা জ্বলি যায়
[04:44.50]চুবুৰীৰ ৰংমন উভতি আহিলে
[04:49.41]ককালৰ খালৈটি পুৰাই
[04:54.27]খলিহনা পুঠি আৰু গৰৈ চেঙেলী
[04:59.15]দেখি মোৰ দেহা জ্বলি যায়
[05:04.18]শাকনি বাৰীৰে লাই পালেং শাক
[05:09.10]বেগেতে তুলি তুলি ৰাখ
[05:13.89]মাছলৈ যাঁও নাখাওঁ শুদা ভাত
[05:18.83]অ' মোৰে ল'ৰাৰ মাক
[05:21.68]মাছলৈ যাঁও নাখাওঁ শুদা ভাত
[05:26.17]অ' মোৰে ল'ৰাৰ মাক
[05:29.90]মাছলৈ যাঁও নাখাওঁ শুদা ভাত
[05:33.55]ৰহদৈ কৰদৈ পাৰি পাৰি থ তই
[05:38.73]জুতিৰে খামে দিনৰ সাজ
[05:43.32]মাছলৈ যাঁও নাখাওঁ শুদা ভাত
[05:48.17]অ' মোৰে ল'ৰাৰ মাক
[05:51.80]মাছলৈ যাঁও নাখাওঁ শুদা ভাত
[05:55.37]অ' মোৰে ল'ৰাৰ মাক
[05:58.36]মাছলৈ যাঁও নাখাওঁ শুদা ভাত।।
[06:02.94]ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ
[06:05.86]হে ৰৈয়া ৰৈ
[06:07.78]ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ
[06:12.62]ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ
[06:15.70]হে ৰৈয়া ৰৈ
[06:17.67]ৰৈয়া ৰৈয়া.
[06:18.67]RCLyricsBand.Com
This LRC file may not match your music if the duration is not the same. Click Edit below and simply apply an offset (+0.10 sec, -0.10 sec, etc.)
You May Listen O Mur Lorar Mak by Zubeen Garg
1. Who is the singer of "O Mur Lorar Mak" song?
⇒ Zubeen Garg have sung the song "O Mur Lorar Mak".
2. Which album is 'O Mur Lorar Mak' song from?
⇒ Golden Collection Of Zubeen, Vol. I.
3. In which language is 'O Mur Lorar Mak' song composed?
⇒ O Mur Lorar Mak song is composed in Assamese language.
4. What is the official duration of 'O Mur Lorar Mak' song?
⇒ The official duration of 'O Mur Lorar Mak' is 06:25.93.
5. Can I reupload this LRC file on the internet?
⇒ Sorry, you are not allowed to reupload this lrc file on the internet without permission. This is only for your personal use.
6. Does this LRC file perfectly match with the official song?
⇒ Yes, it does most of the time, but sometimes you need to apply an offset using our tool LRC File Maker (i.e., +10.. or -10..).
Zubeen Garg - O Mur Lorar Mak