Read, copy, and download the Mugdho Hiya Mur lyrics LRC file, which provides synchronized music subtitles for the song Mugdho Hiya Mur by Zubeen Garg from the album Golden Collection Of Zubeen, Vol. I. Our LRC file is created using the free "LRC File Maker" tool and matches the official length of the song, which is 05:35.75. Additionally, you can download the lyrics in TXT (.txt), SRT (.srt), and PDF (.pdf) formats.
[ti:Mugdho Hiya Mur]
[ar:Zubeen Garg]
[al:Golden Collection Of Zubeen, Vol. I]
[lang:Assamese]
[length:05:35.75]
[by:Jun]
[re:rclyricsband.com]
[ve:v0.0.5]
[00:00.00]
[00:00.51]আঁউসীৰ জোন মোৰ সমুখতে
[00:05.47]সেমেকা চকুলো দুগালতে
[00:10.84]নিজানৰ ৰাতি মোৰ কেতিয়াকে'
[00:16.90]পুৱাব, খেলিব ৰ'দে স'তে?
[00:21.10]তুমি আহিবাঁ এদিনা
[00:24.29]ৰং দিবাঁ দুচকুত
[00:26.73]মৰমেৰে বুকু ওপচাই
[00:32.48]মুগ্ধ হিয়া মোৰ কোনে ছুই যায়?
[00:37.48]মুগ্ধ হিয়াত ৰৈ কোনে চুমি যায়?
[00:43.90]বুকুতে অগনি জ্বলাই
[00:48.35]তেজ-মঙহৰে মৰম নেওচি
[00:53.73]জ্বলি জ্বলি ৰ'ল মাথোঁ ছাই
[00:58.92]বুকুতে যে জুই বিয়পাই
[01:04.17]তেজ-মঙহৰে পৃথিৱী নেওচি
[01:09.48]জ্বলি জ্বলি ৰ'ল মাথোঁ ছাই
[01:14.77]তেজ-মঙহৰে মৰম নেওচি
[01:20.36]জ্বলি জ্বলি ৰ'ল মাথোঁ ছাই
[01:25.64]দিনে-প্ৰতিদিনে মাথোঁ মনে-প্ৰাণে
[01:31.16]আঁকিলোঁ ৰামধেনু হিয়া জুৰাই
[01:41.48]দিনে-প্ৰতিদিনে মাথোঁ মনে-প্ৰাণে
[01:46.92]আঁকিলোঁ ৰামধেনু হিয়া জুৰাই
[01:52.40]এটি-এটি পল আজি সুঁৱৰি
[01:57.68]হঁহা-কন্দা খেলা সুৰ ফাগুনী
[02:02.97]আঙুলি-মাজেৰে পৰে সৰি সৰি
[02:08.33]সুখৰে মুকুতা হৈ যে ধূলি
[02:13.64]বুকুতে যে জুই বিয়পাই
[02:18.86]তেজ-মঙহৰে পৃথিৱী নেওচি
[02:24.19]জ্বলি জ্বলি ৰ'ল মাথোঁ ছাই
[02:29.72]তেজ-মঙহৰে মৰম নেওচি
[02:35.20]জ্বলি জ্বলি ৰ'ল মাথোঁ ছাই
[02:40.35]গোপনে ফাগুনে মন উতলালে
[02:45.58]তুমি অহাৰ আজি বাতৰি পাই
[02:50.94]গোপনে ফাগুনে মন উতলালে
[02:56.34]তুমি অহাৰ আজি বাতৰি পাই
[03:01.28]
[03:12.41]ৰিণি-ৰিণি-ৰিণি, শুনো ৰিণি-ৰিণি
[03:17.68]কঁপি কঁপি শুনো সেই ধ্বনি
[03:22.68]আকাশ বাউলী, থমকি ধৰণী
[03:28.29]চকুলোৰে কৰোঁ দিন শুৱনি
[03:33.52]বুকুতে যে জুই বিয়পাই
[03:38.81]তেজ-মঙহৰে পৃথিৱী নেওচি
[03:44.14]জ্বলি জ্বলি ৰ'ল মাথোঁ ছাই
[03:49.73]তেজ-মঙহৰে মৰম নেওচি
[03:54.99]জ্বলি জ্বলি ৰ'ল মাথোঁ ছাই
[04:00.51]মুগ্ধ হিয়া মোৰ কোনে ছুই যায়?
[04:05.55]মুগ্ধ হিয়াত ৰৈ কোনে চুমি যায়?
[04:11.20]বুকুতে অগনি জ্বলাই
[04:16.13]তেজ-মঙহৰে মৰম নেওচি
[04:21.36]জ্বলি জ্বলি ৰ'ল মাথোঁ ছাই
[04:26.73]বুকুতে যে জুই বিয়পাই
[04:32.25]তেজ-মঙহৰে পৃথিৱী নেওচি
[04:37.91]জ্বলি জ্বলি ৰ'ল মাথোঁ ছাই
[04:43.00]তেজ-মঙহৰে মৰম নেওচি
[04:48.21]জ্বলি জ্বলি ৰ'ল মাথোঁ ছাই
[04:53.62]তুমি চালেই জানা, তুমি ছুলেই জানা
[04:58.92]মেঘালী সপোনে বাগৰ সলায়!
[05:04.19]তুমি চালেই জানা, তুমি ছুলেই জানা
[05:09.53]মেঘালী সপোনে বাগৰ সলায়!
[05:14.82]তুমি চালেই জানা, তুমি ছুলেই জানা
[05:20.14]মেঘালী সপোনে বাগৰ সলায়!
[05:25.38]তুমি চালেই জানা, তুমি ছুলেই জানা
[05:30.68]মেঘালী স...
[05:32.33]RCLyricsBand.Com
This LRC file may not match your music if the duration is not the same. Click Edit below and simply apply an offset (+0.10 sec, -0.10 sec, etc.)
You May Listen Mugdho Hiya Mur by Zubeen Garg
1. Who is the singer of "Mugdho Hiya Mur" song?
⇒ Zubeen Garg has sung the song "Mugdho Hiya Mur".
2. Which album is the "Mugdho Hiya Mur" song from?
⇒ The song "Mugdho Hiya Mur" is from the album Golden Collection Of Zubeen, Vol. I.
3. In which language is the "Mugdho Hiya Mur" song composed?
⇒ The song "Mugdho Hiya Mur" is composed in the Assamese language.
4. What is the official duration of the "Mugdho Hiya Mur" song?
⇒ The official duration of "Mugdho Hiya Mur" is 05:35.75.
5. Can I reupload this LRC file on the internet?
⇒ Sorry, you are not allowed to reupload this LRC file on the internet without permission. This is only for your personal use.
6. Does this LRC file perfectly match the official song?
⇒ Yes, it does most of the time, but sometimes you may need to apply an offset using our tool, LRC File Maker (e.g., +10 or -10).
Zubeen Garg - Mugdho Hiya Mur