Read, copy, and download the Monore Dapunote lyrics LRC file, which provides synchronized music subtitles for the song Monore Dapunote by Zubeen Garg from the album Golden Collection Of Zubeen, Vol. I. Our LRC file is created using the free "LRC File Maker" tool and matches the official length of the song, which is 05:41.68. Additionally, you can download the lyrics in TXT (.txt), SRT (.srt), and PDF (.pdf) formats.
[ti:Monore Dapunote]
[ar:Zubeen Garg]
[al:Golden Collection Of Zubeen, Vol. I]
[lang:Assamese]
[length:05:41.68]
[by:Jun]
[re:rclyricsband.com]
[ve:v0.0.5]
[00:00.00]
[00:40.18]মনৰে দাপোনতে তুমি মইনা
[00:43.64]লগাই খলকনি মোৰ মনত মইনা
[00:47.14](মোৰেনো মৰমক দিবানে সঁহাৰি জিলিকাম তোমাৰে উঠতে মই হাঁহি)২
[01:02.94]নোৱাৰো ক'বলৈ মই আজি মইনা
[01:08.72]মনতে ভালে লাগে ৰাখি মইনা
[01:10.21](ছল পাই বাটতে ভেটা দিব ফুৰিছা মনৰে কথাবোৰ জানিব খো খোজিছা)২
[01:56.58]পাহাৰে ভৈয়ামে বগাই মই আহিছো
[02:00.89]তোমাৰে কাৰণে এনেখন কৰিছো
[02:13.19]ছলাহী কথাৰে ভুলাব নালাগে
[02:17.97]সৰগৰ পাৰিজাত দিব পাৰিবানে
[02:21.42](তুমি ক'লে মইনা আনি দিম পাৰিজাত মৰতত মেনকা পাৰিজাত কিয় তাত)২
[02:38.30]নোৱাৰো ক'বলৈ মই আজি মইনা
[02:41.25]মনতে ভালে লাগে ৰাখি মইনা
[02:44.29](ছল পাই বাটতে ভেটা দিব ফুৰিছা মনৰে কথাবোৰ জানিব খো খোজিছা)২
[03:39.35]যৌৱনত ভৰি দি বহুতো জানিছো
[03:44.22]তোমাৰে নিচিনা ডেকাৰ মন বুজিছো
[03:56.71]লোককে দেখুৱাই মৰমবোৰ নালাগে
[04:02.52]সঁচা মৰম জাগে গোপনে গোপনে
[04:05.22](তেনেকৈ নক'বা তুমি মোকে মইনা সঁচাকৈ ভালে পাওঁ মনতে ৰাখিবা)২
[04:21.78]মনৰে দাপোনতে তুমি মইনা
[04:25.45]লগাই খলকনি মোৰ মনত মইনা
[04:27.79](মোৰেনো মৰমক দিবানে সঁহাৰি জিলিকাম তোমাৰে উঠতে মই হাঁহি)২
[04:44.60]নোৱাৰো কব'লৈ মই আজি মইনা
[04:54.58]মনতে ভালে লাগে ৰাখি মইনা
[04:55.78](ছল পাই বাটতে ভেটা দিব ফুৰিছা মনৰে কথাবোৰ জানিব খো খোজিছা)২
[05:07.59]মনৰে দাপোনতে তুমি মইনা
[05:11.20]লগাই খলকনি মোৰ মনত মইনা
[05:13.57](মোৰেনো মৰমক দিবানে সঁহাৰি জিলিকাম তোমাৰে উঠতে মই হাঁহি)২
[05:36.61]মিগাং মৃন্ময় মিলি, গাওঁ-বিহগুৰি, ডাক-কামদেৱাল, জিলা-শোণিতপুৰ(অসম), পিন-৭৮৪১৬৯, ফোন-৯৫৭৭০০৬৩৫৬, ৮৪০৪০৯৬৪৯৮, ৭৫৭৬৮৫৬১৫২, ৮৫৫৭৯৩৫১৪১.
[05:39.23]RCLyricsBand.Com
This LRC file may not match your music if the duration is not the same. Click Edit below and simply apply an offset (+0.10 sec, -0.10 sec, etc.)
You May Listen Monore Dapunote by Zubeen Garg
1. Who is the singer of "Monore Dapunote" song?
⇒ Zubeen Garg has sung the song "Monore Dapunote".
2. Which album is the "Monore Dapunote" song from?
⇒ The song "Monore Dapunote" is from the album Golden Collection Of Zubeen, Vol. I.
3. In which language is the "Monore Dapunote" song composed?
⇒ The song "Monore Dapunote" is composed in the Assamese language.
4. What is the official duration of the "Monore Dapunote" song?
⇒ The official duration of "Monore Dapunote" is 05:41.68.
5. Can I reupload this LRC file on the internet?
⇒ Sorry, you are not allowed to reupload this LRC file on the internet without permission. This is only for your personal use.
6. Does this LRC file perfectly match the official song?
⇒ Yes, it does most of the time, but sometimes you may need to apply an offset using our tool, LRC File Maker (e.g., +10 or -10).
Zubeen Garg - Monore Dapunote