Read, Copy, Download simple local lyrics LRC file which is music subtitles of Aaina Bhonga Di is a Assamese song from the album Golden Collection Of Zubeen, Vol. I and this song is sung by Zubeen Garg. This synchronized LRC file is created by our stuff using our free tool "LRC File Maker" and our provided LRC files are only for the official length of the songs like this song's duration is 05:52.67. You can also download lyrics here in TXT (.txt), SRT (.srt) and PDF (.pdf) format.
[ti:Aaina Bhonga Di]
[ar:Zubeen Garg]
[al:Golden Collection Of Zubeen, Vol. I]
[lang:Assamese]
[length:05:52.67]
[by:Jun]
[re:rclyricsband.com]
[ve:v0.0.5]
[00:00.00]
[00:35.92]আইনা ভঙা দি ভাঙিব হিয়াখনি
[00:40.96]লুইতৰে সোঁতে ববগৈ চকুপানী
[00:46.13]তুমি এৰি আঁতৰি গ'লে
[00:51.10]আইনা ভঙা দি ভাঙিব হিয়াখনি
[00:56.60]লুইতৰে সোঁতে ববগৈ চকুপানী
[01:01.80]তুমি এৰি আঁতৰি গ'লে
[01:05.46]বতৰো নহয় চোন গোমা গোমা
[01:10.52]ভালপোৱা কিয় কৰা আধৰুৱা
[01:16.14]আইনা ভঙা দি ভাঙিব হিয়াখনি
[01:21.24]লুইতৰে সোঁতে ববগৈ চকুপানী
[01:26.14]তুমি এৰি আঁতৰি গ'লে
[01:30.47]বতৰো নহয় চোন গোমা গোমা
[01:35.28]ভালপোৱা কিয় কৰা আধৰুৱা
[01:41.13]আইনা ভঙা দি ভাঙিব হিয়াখনি
[02:16.00]অমিয়া অমিয়া মাত ওঁঠৰে
[02:18.79]সিজে কি অনুপম
[02:21.15]লিহিৰি বিৰিণা পাত দেহাটি
[02:23.84]সিযে কি অনুপম
[02:26.18]সাজোনে কাচোনে জোনটিও নিমিলে
[02:28.83]তৰাটিও লাগে কম
[02:31.40]অমিয়া অমিয়া মাত ওঁঠৰে
[02:33.87]সিজে কি অনুপম
[02:36.26]লিহিৰি বিৰিণা পাত দেহাটি
[02:38.97]সিযে কি অনুপম
[02:41.44]সাজোনে কাচোনে জোনটিও নিমিলে
[02:44.20]তৰাটিও লাগে কম
[02:46.50]চাই নো চাই নো চাই নো চাই
[02:47.89]তোমাক দুচকুতে যেন থাকিম মই
[02:50.96]বতৰো নহয় চোন গোমা গোমা
[02:55.90]ভালপোৱা কিয় কৰা আধৰুৱা
[03:01.55]আইনা ভঙা দি ভাঙিব হিয়াখনি
[03:06.53]লুইতৰে সোঁতে ববগৈ চকুপানী
[03:11.71]তুমি এৰি আঁতৰি গ'লে
[03:16.33]আইনা ভঙা দি ভাঙিব হিয়াখনি
[03:21.19]লুইতৰে সোঁতে ববগৈ চকুপানী
[03:21.53]তুমি এৰি আঁতৰি গ'লে
[03:21.97]বতৰো নহয় চোন গোমা গোমা
[03:23.10]ভালপোৱা কিয় কৰা আধৰুৱা
[03:56.31]দেৰিকৈ আহিবা
[03:58.16]আহি নক'বা যাবৰে হ'ল
[04:01.30]বুকুতে অগণি জলাই নক'বা
[04:04.50]যাবৰে হ'ল
[04:06.38]যিদৰে উঠিছে নামিব সিদৰে
[04:08.93]উলাহৰে ঢল
[04:11.39]দেৰিকৈ আহিবা
[04:13.34]আহি নক'বা যাবৰে হ'ল
[04:16.37]বুকুতে অগণি জলাই নক'বা
[04:19.60]যাবৰে হ'ল
[04:21.53]যিদৰে উঠিছে নামিব সিদৰে
[04:24.00]উলাহৰে ঢল
[04:26.38]বুকুৰে মৰম যাচিবলে তুমি
[04:27.78]দিয়া এপল দুপল
[04:34.23]বতৰো নহয় চোন গোমা গোমা
[04:36.00]ভালপোৱা কিয় কৰা আধৰুৱা
[04:41.70]আইনা ভঙা দি ভাঙিব হিয়াখনি
[04:46.63]লুইতৰে সোঁতে ববগৈ চকুপানী
[04:51.58]তুমি এৰি আঁতৰি গ'লে
[04:56.66]আইনা ভঙা দি ভাঙিব হিয়াখনি
[05:01.56]লুইতৰে সোঁতে ববগৈ চকুপানী
[05:06.59]তুমি এৰি আঁতৰি গ'লে
[05:11.20]বতৰো নহয় চোন গোমা গোমা
[05:15.98]ভালপোৱা কিয় কৰা আধৰুৱা
[05:21.77]আইনা ভঙা দি ভাঙিব হিয়াখনি
[05:26.58]লুইতৰে সোঁতে ববগৈ চকুপানী
[05:31.56]তুমি এৰি আঁতৰি গ'লে
[05:36.12]বতৰো নহয় চোন গোমা গোমা
[05:41.70]ভালপোৱা কিয় কৰা আধৰুৱা
[05:47.78]RCLyricsBand.Com
This LRC file may not match your music if the duration is not the same. Click Edit below and simply apply an offset (+0.10 sec, -0.10 sec, etc.)
You May Listen Aaina Bhonga Di by Zubeen Garg
1. Who is the singer of "Aaina Bhonga Di" song?
⇒ Zubeen Garg have sung the song "Aaina Bhonga Di".
2. Which album is 'Aaina Bhonga Di' song from?
⇒ Golden Collection Of Zubeen, Vol. I.
3. In which language is 'Aaina Bhonga Di' song composed?
⇒ Aaina Bhonga Di song is composed in Assamese language.
4. What is the official duration of 'Aaina Bhonga Di' song?
⇒ The official duration of 'Aaina Bhonga Di' is 05:52.67.
5. Can I reupload this LRC file on the internet?
⇒ Sorry, you are not allowed to reupload this lrc file on the internet without permission. This is only for your personal use.
6. Does this LRC file perfectly match with the official song?
⇒ Yes, it does most of the time, but sometimes you need to apply an offset using our tool LRC File Maker (i.e., +10.. or -10..).
Zubeen Garg - Aaina Bhonga Di