Read, Copy, Download simple local lyrics LRC file which is music subtitles of Xewali is a Assamese song from the album N/A and this song is sung by Bhaskar Opswel. This synchronized LRC file is created by our stuff using our free tool "LRC File Maker" and our provided LRC files are only for the official length of the songs like this song's duration is 04:24.00. You can also download lyrics here in TXT (.txt), SRT (.srt) and PDF (.pdf) format.
[ti:Xewali]
[ar:Bhaskar Opswel]
[lang:Assamese]
[length:04:24.00]
[by:Jun]
[re:rclyricsband.com]
[ve:v0.0.5]
[00:00.00]
[00:22.82]শেৱালি তুমি মোৰ শাৰদী প্ৰেমৰ
[00:28.31]শেৱালি তুমি মোৰ প্ৰতি শৰতৰ
[00:33.98]শেৱালি তুমি মোৰ হিয়াৰে কোণৰ
[00:39.46]শেৱালি তুমি মোৰ ৰাগিণী গীতৰ
[00:45.71]শুকুলা মেঘৰ দৰদী-সৰগী-সুৰীয়া প্ৰাণ
[00:51.37]আছুতীয়া মৰমৰ সুৰ, তুমিয়েই মোৰ গান
[00:57.20]তুমি শেৱালি মোৰ প্ৰতি শৰতৰ
[01:01.56]শেৱালি তুমি মোৰ শাৰদী প্ৰেমৰ
[01:08.90]
[01:23.82](হে কৃষ্ণ)
[01:24.76]
[01:35.74]শেৱালি, তুমি আহিবাঁ, ঐ, শাৰদী কুঁৱলী হৈ
[01:41.34]শেৱালি, তুমি যাবাঁগৈ কুঁৱলী সিক্ত হৈ
[01:47.30]শেৱালি, তুমি আহিবাঁ, ঐ, শাৰদী কুঁৱলী হৈ
[01:52.36]শেৱালি, তুমি যাবাঁগৈ কুঁৱলী সিক্ত হৈ
[01:57.39]অ', মোৰ সেমেকা মনক লৈ জোনাকী বাটলৈ
[02:02.97]অ', মোৰ কাষতে বহি ৰৈ থাকিবাঁ শেষলৈ
[02:09.45]
[02:13.96]শেৱালি তুমি মোৰ প্ৰতি শৰতৰ
[02:19.53]শেৱালি তুমি মোৰ হিয়াৰে কোণৰ
[02:25.60]শেৱালি তুমি মোৰ শাৰদী প্ৰেমৰ
[02:30.50]শেৱালি তুমি মোৰ ৰাগিণী গীতৰ
[02:36.81]
[02:58.91]মোৰ মিনতি তুমি, থাপনাৰ জেউতি-ৰাণী
[03:04.31]নিয়ৰ গৰকি তুমি হোৱা লাজুকীজনী
[03:10.00]মোৰ মিনতি তুমি, থাপনাৰ জেউতি-ৰাণী
[03:15.64]নিয়ৰ গৰকি তুমি হোৱা লাজুকীজনী
[03:21.18]পুৱা সৰি হোৱা তুমি কোমল দলিচাখনি
[03:26.58]নাযাবাঁ তুমি আঁতৰি
[03:31.49]শেৱালি তুমি মোৰ প্ৰতি শৰতৰ
[03:37.14]শেৱালি তুমি মোৰ হিয়াৰে কোণৰ
[03:42.69]শেৱালি তুমি মোৰ শাৰদী প্ৰেমৰ
[03:48.25]শেৱালি তুমি মোৰ ৰাগিণী গীতৰ
[03:54.60]
[04:12.88](হে কৃষ্ণ)
[04:15.18]RCLyricsBand.Com
This LRC file may not match your music if the duration is not the same. Click Edit below and simply apply an offset (+0.10 sec, -0.10 sec, etc.)
You May Listen Xewali by Bhaskar Opswel
1. Who is the singer of "Xewali" song?
⇒ Bhaskar Opswel have sung the song "Xewali".
2. Which album is 'Xewali' song from?
⇒ N/A.
3. In which language is 'Xewali' song composed?
⇒ Xewali song is composed in Assamese language.
4. What is the official duration of 'Xewali' song?
⇒ The official duration of 'Xewali' is 04:24.00.
5. Can I reupload this LRC file on the internet?
⇒ Sorry, you are not allowed to reupload this lrc file on the internet without permission. This is only for your personal use.
6. Does this LRC file perfectly match with the official song?
⇒ Yes, it does most of the time, but sometimes you need to apply an offset using our tool LRC File Maker (i.e., +10.. or -10..).
Bhaskar Opswel - Xewali