• rclyrisband-search
  • Home Search Dark Mode Request LRC Singer AIO Editor LRC Maker Request List LRC File Basics Privacy Policy Credits About Contact

    Download Taik Uriboloi De Lyrics by ISLAND WARRIOR, Zenith Gogoi, Tanveer Masoom, Notxofar - Read, Copy & Get LRC, PDF, TXT, SRT Files

    Read, copy, and download the Taik Uriboloi De lyrics LRC file, which provides synchronized music subtitles for the song Taik Uriboloi De by ISLAND WARRIOR, Zenith Gogoi, Tanveer Masoom, Notxofar from the album N/A. Our LRC file is created using the free "LRC File Maker" tool and matches the official length of the song, which is 03:40.00. Additionally, you can download the lyrics in TXT (.txt), SRT (.srt), and PDF (.pdf) formats.



    Taik Uriboloi De by ISLAND WARRIOR, Zenith Gogoi, Tanveer Masoom, Notxofar LRC Format

    [ti:Taik Uriboloi De]
    [ar:ISLAND WARRIOR, Zenith Gogoi, Tanveer Masoom, Notxofar]
    [lang:Assamese]
    [length:03:40.00]
    [by:Jun]
    [re:rclyricsband.com]
    [ve:v0.0.5]
    [00:00.00]
    [00:07.48]Island Warrior
    [00:12.16]Majuli
    [00:22.64]তাইক উৰিবলৈ দে
    [00:23.66]তাইক উৰিবলৈ দে
    [00:31.18]তাইক নিজৰ সপোনবোৰ আঁজুৰিবলৈ দে
    [00:33.42]তাইক উৰিবলৈ দে
    [00:34.31]তাইক উৰিবলৈ দে
    [00:35.58]মনৰ আকাশ খনত উৰিবলৈ দে
    [00:37.48]তাইক ঘূৰিবলৈ দে
    [00:38.33]তাইক ঘূৰিবলৈ দে
    [00:39.74]তাইক স্বাধীন ভাৱে আজি ঘূৰিবলৈ দে
    [00:41.56]তাইক আঁজুৰিবলৈ দে, আঁজুৰিবলৈ দে
    [00:43.49]তাইক নিজৰ সপোনবোৰ আঁজুৰিবলৈ দে
    [00:45.62]তাইক ভাঙিবলৈ দে
    [00:46.72]তাইক ভাঙিবলৈ দে
    [00:47.85]তাইক বাধাৰ পাহাৰবোৰ ভাঙিবলৈ দে
    [00:50.28]তোৰ দৰে তাইৰো বহু আছে জান সপোন
    [00:51.94]ভাবি ভাবি পাৰ হয় কোন পৰ কোন আপোন
    [00:54.34]বাৰে-বাৰে ভাগে তাইৰ মনৰ সেই দাপোন
    [00:56.22]কেনেকৈ দেখে তাই আকৌ নতুন সপোন
    [00:58.58]প্ৰেমত হাৰিছে তাই, হৃদয় তাইৰ ভগ্ন
    [01:00.49]Cell Phone-ত আজি প্ৰেম তাইৰ নগ্ন
    [01:02.60]মনৰ দুখত তাই হতাশাত আসক্ত
    [01:04.53]মন ভাঙি-চিঙি তাইৰ খণ্ড-বিখণ্ড
    [01:07.20]তাইৰো আছে আশা বহু
    [01:11.55]জীয়াবলে দে (তাইক উৰিবলৈ দে, তাইক উৰিবলৈ দে)
    [01:21.43]তাইক নিজৰ সপোনবোৰ আঁজুৰিবলৈ দে
    [01:29.49]তাইক উৰিবলৈ দে
    [01:30.61]তাইক উৰিবলৈ দে
    [01:37.86]তাইক বাধাৰ পাহাৰবোৰ ভাঙিবলৈ দে
    [01:40.33]সম্পৰ্কবোৰৰ আঁৰত থকা ভেশবোৰ
    [01:43.54]ধূলিৰে আৱৰা তাৰ হাতৰ ৰূপবোৰ
    [01:45.56]সৰু মনটোক দিয়া মিছা লালসাবোৰ
    [01:47.53]তাৰ সলনি কৰা দেহা স্পৰ্শবোৰ
    [01:50.46]মুখবোৰ নুখুলিবি, সমাজত হ'বি বদনামী
    [01:53.40]সন্মানটো ডাঙৰ, হোৱাটো পাহৰ, মাতটো সৰু কৰ, উৰি ফুৰা বন্ধ কৰ তই ছোৱালী
    [01:59.90]ক'বলৈ গ'লে নাৰীত্ব দিৱস উদযাপনৰ কাৰণে ভাৰতবৰ্ষত
    [02:01.61]কোটি-কোটি টকা খৰচ কৰি উৎসৱ পতা হয়
    [02:05.12]কিন্তু অতি দুখৰ কথা
    [02:07.20]সেই উৎসবলৈ ৰাতি মোৰ ভনীজনী অকলে যাব নোৱাৰে
    [02:10.50]কিয়
    [02:13.72]প্ৰবল সোঁতত তাইৰ নাওঁখন ভৰসাৰ
    [02:15.62]বাৰে বাৰে কিয় তাই বলি হয় কামনাৰ
    [02:17.83]Social Media-ত কিমান লিখিম #NoRape
    [02:19.59]এই দিনবোৰৰ কেতিয়া হ'ব শেষ
    [02:21.99]তাইৰো আছে আশা আছে তাইৰো আৱেগ
    [02:23.94]কাপোৰবোৰ লাগিবই চুটি চিন্তাহৈ ঠেক
    [02:26.12]সঁচাকৈয়ে বাৰু আজি স্বাধীন নে এই দেশ
    [02:27.88]নে মৰি গ'ল মানৱীয়তা, মৰি গ'ল আৱেগ
    [02:30.43]কেতিয়াবা নিজকে কৰ তই প্ৰশ্ন
    [02:32.48]কোন ইয়াত ঠিক আৰু কোন পথভ্রষ্ট
    [02:34.41]ভিন্ন ৰূপত তাই আছে তোৰ লগত হ'লেও
    [02:36.55]বাৰে বাৰে তাই কিয় পাব লাগে কষ্ট
    [02:38.72]সমাজ সলাবলে সলাব লাগিব চিন্তা
    [02:40.59]পঢ়া শুনাই নহয় লাগিব নৈতিক শিক্ষা
    [02:43.10]নহ'লে বাৰে বাৰে একেই কাহিনী হ'ব
    [02:44.82]খুজিব লাগিব আমি ন্যায়ৰ ভিক্ষা
    [02:48.87](খুজিব লাগিব আমি ন্যায়ৰ ভিক্ষা)
    [02:53.15]তাইক উৰিবলৈ দে
    [02:53.88]তাইক উৰিবলৈ দে (তাইক উৰিবলৈ দে)
    [03:01.27]তাইক নিজৰ সপোনবোৰ আঁজুৰিবলৈ দে (তাইক উৰিবলৈ দে)
    [03:09.62]তাইক উৰিবলৈ দে
    [03:10.58]তাইক উৰিবলৈ দে
    [03:18.80]তাইক বাধাৰ পাহাৰবোৰ ভাঙিবলৈ দে
    [03:22.59]RCLyricsBand.Com

    This LRC file may not match your music if the duration is not the same. Click Edit below and simply apply an offset (+0.10 sec, -0.10 sec, etc.)



    Try Our Free Tools


    You May Listen Taik Uriboloi De by ISLAND WARRIOR, Zenith Gogoi, Tanveer Masoom, Notxofar

    apple music logospotify music logoamazon music logotidal music logoyoutube music logo

    Taik Uriboloi De


    FAQ:

    1. Who is the singer of "Taik Uriboloi De" song?

    ⇒ ISLAND WARRIOR, Zenith Gogoi, Tanveer Masoom, Notxofar has sung the song "Taik Uriboloi De".

    2. Which album is the "Taik Uriboloi De" song from?

    ⇒ The song "Taik Uriboloi De" is from the album N/A.

    3. In which language is the "Taik Uriboloi De" song composed?

    ⇒ The song "Taik Uriboloi De" is composed in the Assamese language.

    4. What is the official duration of the "Taik Uriboloi De" song?

    ⇒ The official duration of "Taik Uriboloi De" is 03:40.00.

    5. Can I reupload this LRC file on the internet?

    ⇒ Sorry, you are not allowed to reupload this LRC file on the internet without permission. This is only for your personal use.

    6. Does this LRC file perfectly match the official song?

    ⇒ Yes, it does most of the time, but sometimes you may need to apply an offset using our tool, LRC File Maker (e.g., +10 or -10).

    ISLAND WARRIOR, Zenith Gogoi, Tanveer Masoom, Notxofar - Taik Uriboloi De