Read, copy, and download the Mur Bukur Ful lyrics LRC file, which provides synchronized music subtitles for the song Mur Bukur Ful by Yaman from the album N/A. Our LRC file is created using the free "LRC File Maker" tool and matches the official length of the song, which is 04:41.00. Additionally, you can download the lyrics in TXT (.txt), SRT (.srt), and PDF (.pdf) formats.
[ti:Mur Bukur Ful]
[ar:Yaman]
[lang:Assamese]
[length:04:41.00]
[by:Jun]
[re:rclyricsband.com]
[ve:v0.0.5]
[00:00.00]
[00:16.90]শুন মোৰ কথা শুন
[00:19.56]মোৰ বুকুৰে বহুকথা ক'বলৈ আছে তোক ঐ
[00:25.96]সঁচা প্ৰেমৰ শিখৰে কবিতা
[00:29.56]শুন সঁচা জোন
[00:31.97]তই আগতে বুকুতে ৰুবহি লাগিছিল প্ৰেম ঐ
[00:42.19]হিয়াৰে কোলাতে
[00:46.64]ৰাখিছিলোঁ এজনীকে মই
[00:49.54]দিয়া প্ৰণয় উচুপি মোক কন্দুৱালে
[00:55.42]পাৰিবিনে মচিবলৈ চকুৰে টোপালবোৰ দুখৰ?
[01:01.91]কাৰণ তোক মোৰ ভাল লাগে
[01:06.96]আকৌ হিয়াত জোনাক হ'বলে' দে (হ'বলে' দে)
[01:13.29]অমানিশা বুকুতে পোহৰৰ চালি দে
[01:20.50]পাৰিবিনে বিমনা সুৰ গানকে সুৰ এটি দিব?
[01:26.92]কাৰণ তোক মোৰ ভাল লাগে
[01:31.74]মোৰ বুকুৰ ফুল সৰি পৰে
[01:35.14]ৰিঙা ৰিঙা ৰিঙা আৱেগেৰে
[01:38.50]বুজানে? বুজানে? বুজানে?
[01:41.15]তোমাৰ মৰমে বান্ধি ৰাখে
[01:44.51]সেউজীয়া যেন পথাৰ মোৰ মন
[01:47.30]ভাবোঁ তোমাৰ কথা প্ৰতি প্ৰতিক্ষণ
[01:50.65]ৰাখিম তোমাকেই গোটেই জীৱন
[01:53.55]সুখী মই, আজি উতনুৱা মন
[01:56.58]
[02:04.98](সুখী মই, আজি উতনুৱা মন)
[02:08.70]
[02:18.76](সুখী মই, আজি উতনুৱা মন)
[02:21.72]শুকান ইৰিণত বেদনাৰ খোজতে ভাগৰি পৰিলোঁ
[02:28.64]এতিয়া মোক দে তই মৰমৰ সঁতা
[02:34.42]প্ৰীতিৰে আকাশত সুখৰে পখী হৈ উৰিব দে মোক
[02:46.34]পদুমৰ কাষৰে শিপা বিনা সি হৈ
[02:52.70]বেলা-পৰ স্নেহতে মোৰ
[02:58.95]আহি তই সাজিবি গহনাৰ হিমালয়
[03:05.60]থাকিম তোৰ প্ৰতিটো উশাহ হৈ
[03:11.44]আকৌ হিয়াত জোনাক হ'বলে' দে (হ'বলে' দে)
[03:17.87]অমানিশা বুকুতে পোহৰৰ চালি দে
[03:25.70]পাৰিবিনে বিমনা সুৰ গানকে সুৰ এটি দিব?
[03:31.45]কাৰণ তোক মোৰ ভাল লাগে
[03:36.58]মোৰ বুকুৰ ফুল সৰি পৰে
[03:39.61]ৰিঙা ৰিঙা ৰিঙা আৱেগেৰে
[03:42.66]বুজানে? বুজানে? বুজানে?
[03:45.78]তোমাৰ মৰমে বান্ধি ৰাখে
[03:49.18]সেউজীয়া যেন পথাৰ মোৰ মন
[03:52.10]ভাবোঁ তোমাৰ কথা প্ৰতি প্ৰতিক্ষণ
[03:55.17]ৰাখিম তোমাকেই গোটেই জীৱন
[03:58.22]সুখী মই, আজি উতনুৱা মন
[04:01.24]
[04:09.46](সুখী মই, আজি উতনুৱা মন)
[04:14.11]
[04:23.35]সুখী মই, আজি উতনুৱা মন
[04:26.50]RCLyricsBand.Com
This LRC file may not match your music if the duration is not the same. Click Edit below and simply apply an offset (+0.10 sec, -0.10 sec, etc.)
You May Listen Mur Bukur Ful by Yaman
1. Who is the singer of "Mur Bukur Ful" song?
⇒ Yaman has sung the song "Mur Bukur Ful".
2. Which album is the "Mur Bukur Ful" song from?
⇒ The song "Mur Bukur Ful" is from the album N/A.
3. In which language is the "Mur Bukur Ful" song composed?
⇒ The song "Mur Bukur Ful" is composed in the Assamese language.
4. What is the official duration of the "Mur Bukur Ful" song?
⇒ The official duration of "Mur Bukur Ful" is 04:41.00.
5. Can I reupload this LRC file on the internet?
⇒ Sorry, you are not allowed to reupload this LRC file on the internet without permission. This is only for your personal use.
6. Does this LRC file perfectly match the official song?
⇒ Yes, it does most of the time, but sometimes you may need to apply an offset using our tool, LRC File Maker (e.g., +10 or -10).
Yaman - Mur Bukur Ful