Read, copy, and download the Baartalaap lyrics LRC file, which provides synchronized music subtitles for the song Baartalaap by Shankuraj Konwar from the album N/A. Our LRC file is created using the free "LRC File Maker" tool and matches the official length of the song, which is 06:08.00. Additionally, you can download the lyrics in TXT (.txt), SRT (.srt), and PDF (.pdf) formats.
[ti:Baartalaap]
[ar:Shankuraj Konwar]
[lang:Assamese]
[length:06:08.00]
[by:Jun]
[re:rclyricsband.com]
[ve:v0.0.5]
[00:00.00]
[00:44.74]পুৱতি নিশাৰ সাধুকথা তুলি কেনভাছত বাৰ্তালাপ
[00:51.46]চিয়াঁহী মনৰ, খেয়ালী ৰঙৰ কেনভাছত বাৰ্তালাপ
[00:58.35]
[01:12.80]পুৱতি নিশাৰ সাধুকথা তুলি কেনভাছত বাৰ্তালাপ
[01:18.72]চিয়াঁহী মনৰ, খেয়ালী ৰঙৰ কেনভাছত বাৰ্তালাপ
[01:25.80]কুঁৱলীৰে নিহালীত জ্বলি জ্বলি ধেমালি
[01:32.57]খেয়ালী মনত হেঁপাহৰ গুন্-গুন্
[01:35.97]তমসাত নাচে ৰ'দালিৰে উম
[01:39.53]নিহালীতে ধেমালি গলি গলি বাৰ্তালাপ
[01:46.40]ফাগুন-বৰণ, নিবিড় লগন
[01:52.85]হেৰুওৱা কবিতাৰ কলতান, কলতান
[01:59.78]ফাগুন-বৰণ, নিবিড় লগন
[02:06.52]হেৰুওৱা কবিতাৰ কলতান, কলতান
[02:13.52]স্মৃতিৰে কোমল কাঁচিয়লি ৰ'দ, কেনভাছত বাৰ্তালাপ
[02:20.65]সুমথিৰা সপোনৰ ৰহণ বুটলি কেনভাছত বাৰ্তালাপ
[02:27.48]সোঁৱৰণিৰ প্ৰহেলিকাত দুটি ওঁঠৰ তুলিকা
[02:34.34]পাহৰণিৰে তুলি অৱগুণ্ঠন
[02:38.40]এটি-দুটি মিঠা শব্দৰ গুঞ্জন
[02:41.22]দুটি ওঁঠৰ তুলিকাত জীপাল হেজাৰ বাৰ্তালাপ
[02:47.79]ফাগুন-বৰণ, নিবিড় লগন
[02:54.59]হেৰুওৱা কবিতাৰ কলতান, কলতান
[03:01.40]ফাগুন-বৰণ, নিবিড় লগন
[03:08.33]হেৰুওৱা কবিতাৰ কলতান, কলতান
[03:15.29]
[03:43.50]জাপি থোৱা সময়ৰ এজাপ ফুলাম চিঠি
[03:50.34]নোকোৱা কথাৰ ভোমোৰা খেদি খেদি
[03:57.13]ডাৱৰৰ সাঁথৰ ভাঙি
[04:00.49]বেলিফুল আকাশ চানি
[04:03.92]বিচাৰি সঁচাৰ মৰীচিকা
[04:13.55]ফাগুন-বৰণ, নিবিড় লগন
[04:20.43]হেৰুওৱা কবিতাৰ কলতান, কলতান
[04:27.23]ফাগুন-বৰণ, নিবিড় লগন
[04:34.60]হেৰুওৱা কবিতাৰ কলতান, কলতান
[04:40.93]ফাগুন-বৰণ, নিবিড় লগন
[04:47.65]হেৰুওৱা কবিতাৰ কলতান, কলতান
[04:54.60]ফাগুন-বৰণ, নিবিড় লগন (ফাগুন-বৰণ)
[05:01.49]হেৰুওৱা কবিতাৰ কলতান, কলতান
[05:08.80]পুৱতি নিশাৰ সাধুকথা তুলি কেনভাছত বাৰ্তালাপ
[05:15.73]পুৱতি নিশাৰ সাধুকথা তুলি কেনভাছত বাৰ্তালাপ
[05:22.23]
[05:36.33]পুৱতি নিশাৰ সাধুকথা তুলি কেনভাছত বাৰ্তালাপ
[05:43.20]পুৱতি নিশাৰ সাধুকথা তুলি কেনভাছত বাৰ্তালাপ
[05:50.30]পুৱতি নিশাৰ সাধুকথা তুলি কেনভাছত বাৰ্তালাপ
[05:56.83]পুৱতি নিশাৰ সাধুকথা তুলি কেনভাছত বাৰ্তালাপ
[06:03.33]RCLyricsBand.Com
This LRC file may not match your music if the duration is not the same. Click Edit below and simply apply an offset (+0.10 sec, -0.10 sec, etc.)
You May Listen Baartalaap by Shankuraj Konwar
1. Who is the singer of "Baartalaap" song?
⇒ Shankuraj Konwar has sung the song "Baartalaap".
2. Which album is the "Baartalaap" song from?
⇒ The song "Baartalaap" is from the album N/A.
3. In which language is the "Baartalaap" song composed?
⇒ The song "Baartalaap" is composed in the Assamese language.
4. What is the official duration of the "Baartalaap" song?
⇒ The official duration of "Baartalaap" is 06:08.00.
5. Can I reupload this LRC file on the internet?
⇒ Sorry, you are not allowed to reupload this LRC file on the internet without permission. This is only for your personal use.
6. Does this LRC file perfectly match the official song?
⇒ Yes, it does most of the time, but sometimes you may need to apply an offset using our tool, LRC File Maker (e.g., +10 or -10).
Shankuraj Konwar - Baartalaap